Class 10 English – A Letter to God – MCQ Quiz with Answers

A Letter to God Important MCQs with Answer

Welcome to your MCQ Test on A Letter to God

1. What is the purpose of the form given in “A Letter to God”? (“A Letter to God” ত দিয়া ফৰ্মটোৰ উদ্দেশ্য কি?)

2. What is written at the top of the form? (ফৰ্মটোৰ ওপৰৰ ফালে কি লিখা আছে?)

3. How much does the money order form cost as per the image given in the chapter "A Letter to God"? ("A Letter to God" chapter ৰ চিত্ৰত উল্লেখ কৰা অনুসৰি মানি অৰ্ডাৰ ফৰ্মটোৰ মূল্য কিমান?)

4. What does ‘PIN’ stand for in the form given in "A Letter to God"? ("A Letter to God" ত উল্লেখিত ফৰ্মটোত ‘PIN’ শব্দটোৰ অৰ্থ কি?)

4. Where should the sender sign in the form? (পঠিওৱাজনে ক’ত চহী কৰিব লাগে?)

5. What is the purpose of the ‘M.O. ACKNOWLEDGEMENT’ section? (‘M.O. ACKNOWLEDGEMENT’ অংশটোৰ উদ্দেশ্য কি?)

6. Who signs in the ‘Signature of Payee’ area? (‘Signature of Payee’ অংশত কোনে চহী কৰে?)

7. What is the space given at the bottom of the acknowledgement section used for? (Acknowledgement অংশৰ তলত থকা খালী স্থানটো কি উদ্দেশ্যে ব্যৱহাৰ হয়?)

8. Who is the author of the story “A Letter to God”? (“A Letter to God” গল্পখনৰ লেখক কোন?)

9. What is Lencho by profession? (লেনচ’ৰ পেচা কি আছিল?)

10. What is Lencho asking God for in his letter? (লেনচ’য়ে ঈশ্বৰৰ ওচৰত তেওঁৰ পত্ৰত কি বিচাৰিলে?)

11. What is the key theme explored in the story? (গল্পখনত মূলত: কি বিষয়ে আলোচনা কৰা হৈছে?)

12. What does “A Letter to God” suggest about faith in the beginning? (গল্পৰ আৰম্ভণিত বিশ্বাস সম্পৰ্কে কি কোৱা হৈছে?)

13. What should you preferably use to fill the MO form? (মানি অৰ্ডাৰ ফৰ্ম পূৰণ কৰাৰ সময়ত তোমালোকক কি ব্যৱহাৰ কৰা উচিত?)

14. What should you take back after making a Money Order? (এটা মানি অৰ্ডাৰ কৰাৰ পাছত তুমি কি লৈ ঘূৰিব আহিব লাগে?)

15. Where was Lencho’s house located? (লেনচ’ৰ ঘৰখন ক’ত অৱস্থিত আছিল?)

16. What could be seen from Lencho’s house? (লেনচ’ৰ ঘৰৰ পৰা কি দেখা গৈছিল?)

18. What did the earth need according to Lencho? (লেনচ’ৰ মতে পৃথিৱীটোৰ কিহৰ প্ৰয়োজন আছিল?)

19. What was Lencho doing the whole morning? (গোটেই ৰাতিপুৱা লেনচ’য়ে কি কৰি আছিল?)

20. In which direction was Lencho looking? (লেনচ’য়ে কোন ফালে চাই আছিল?)

21. Who was preparing supper? (কোনে ৰাতিৰ আহাৰ প্রস্তুত কৰি আছিল?)

22. What did the woman say in reply to Lencho? (লেনচ’ৰ উত্তৰত ঘৈনীয়েকজনীয়ে কি কৈছিল?)

23. What was the older boy doing? (ডাঙৰ ল’ৰাজন কি কৰিছিল?)

24. Where were the smaller boys playing? (সৰু ল’ৰাবোৰ ক’ত খেলি আছিল?)

25. What did Lencho say about water? (লেনচ’য়ে পানীৰ বিষয়ে কি ক’লে?)

26. How did the woman respond to Lencho? (লেনচ’ৰ কথাৰ উত্তৰত স্ত্রীজনে কি ক’লে?)

27. What had Lencho predicted? (লেনচ’য়ে কি পূৰ্বানুমান কৰিছিল?

28. What could be seen in the north-east sky? (উত্তৰ-পূবৰ আকাশত কি দেখা গৈছিল?

29. What did the raindrops feel like to Lencho? (লেনচ’ৰ বাবে বৰষুণৰ টোপালবোৰ কেনেকুৱা অনুভৱ হৈছিল?)

30. What were the big drops compared to? (বৃহৎ বৰষুণৰ টোপালবোৰক কিহৰ সৈতে তুলনা কৰা হৈছিল?)

31. What happened suddenly after the rain began? (বৰষুণ আৰম্ভ হোৱাৰ পিছত হঠাৎ কি হৈছিল?)

32. What did the hailstones resemble? (শিলবোৰ কিহৰ সাদৃশ আছিল?)

33. What was the field compared to after the storm? (ধুমুহাৰ পাছত খেতিপথাৰক কিহৰ সৈতে তুলনা কৰা হৈছিল?)

34. What happened to the corn and flowers? (শস্য আৰু ফুলবোৰৰ কি হ’ল?)

35. What was Lencho’s soul filled with after the storm? (ধুমুহাৰ পাছত লেনচ’ৰ মন কি অনুভৱেৰে ভৰা আছিল?)

36. What did Lencho compare the destruction to? (লেনচ’য়ে এই ধ্বংসক কিহৰ সৈতে তুলনা কৰিলে?)

37. What was the condition of Lencho’s crops after the hailstorm? (শিলা বৰষুণৰ পিছত লেনচ’ৰ ফচলৰ অৱস্থা কেনেকুৱা হৈছিল?)

38. What did Lencho’s family fear after the hailstorm? (শিল বৰষুণৰ পিছত লেনচ’ৰ পৰিয়ালৰ কি আশংকা হৈছিল?)

39. What was Lencho’s only hope? (লেনচ’ৰ একমাত্ৰ আশা কি আছিল?)

40. What did Lencho do the following Sunday? (পাছৰ দেওঁবাৰে লেনচ’য়ে কি কৰিলে?)

41. What was ironic in Lencho’s second letter? (লেনচ’ৰ দ্বিতীয় চিঠিখনত কি বিদ্ৰূপ আছিল?)

42. What emotion best describes Lencho’s character in the end? (শেষত লেনচ’ৰ চৰিত্ৰক কোনটো অনুভৱে ভালকৈ বর্ণনা কৰে?)

43. Which of the following is a relative pronoun? (তলৰ কোনটো এটা relative pronoun?)

44. What is the purpose of a relative clause? (Relative clause ৰ উদ্দেশ্য কি?)

45. Which sentence contains a non-defining relative clause? (তলৰ কোনটো বাক্যত non-defining relative clause আছে?)

46. Which punctuation is usually used before and after a non-defining relative clause? (Non-defining relative clause ৰ আগতে আৰু পাছত সাধাৰণতে কোনটো punctuation ব্যৱহাৰ কৰা হয়?)

47. Which of the following is the correct joined sentence? (তলৰ কোনটো বাক্য শুদ্ধভাবে সংযুক্ত কৰা হৈছে?)

48. What does ‘non-defining’ mean in relative clauses? (Relative clause ৰ ‘non-defining’ মানে কি?)

49. Which is the correct sentence using ‘who’? (‘Who’ ব্যৱহাৰ কৰি কোনটো বাক্য শুদ্ধ?)

50. Which relative pronoun is used for a person? (ব্যক্তিৰ বাবে কোনটো relative pronoun ব্যৱহাৰ কৰা হয়?)

51. Which relative pronoun is used to refer to things? (বস্তুক বৰ্ণনা কৰিবলৈ কোনটো relative pronoun ব্যৱহাৰ কৰা হয়?)

52. Which of the following is a feature of non-defining relative clause? (Non-defining relative clause ৰ বৈশিষ্ট্য তলৰ কোনটো?)

53. What is a metaphor? (Metaphor বুলিলে কি বুজা?)

54. What is the metaphor used for clouds in the story “A Letter to God?” (এই গল্পখনত মেঘৰ বাবে কোনটো উপমা (metaphor) ব্যৱহাৰ কৰা হৈছে?)

55. What quality is being compared when raindrops are called ‘new coins’? (বৰষুণৰ টোপালক ‘new coins’ বুলি ক’লে, ইয়াত কিহৰ গুণৰ তুলনা কৰা হৈছে?)

56. What are hailstones compared to in the story “A Letter to God?”? (এই গল্পখনত বৰফৰ দানাক কিহৰ সৈতে তুলনা কৰা হৈছে?)

57. What does “an ox of a man” suggest about Lencho? (“An ox of a man” এই বাক্যৰ দ্বাৰা লেনচ’ৰ বিষয়ে কি বুজোৱা হৈছে?)

58. What quality of locusts is compared to an epidemic? (locusts ৰ কোনটো গুণ কোনটো মহামাৰীৰ সৈতে তুলনা কৰা হৈছে?)

59. Which of the following lines contains a metaphor? (তলৰ কোনটো শাৰীত এটা উপমা (metaphor) আছে?)

60. Why are metaphors used in literature? (সাহিত্যত উপমা কিয় ব্যৱহাৰ কৰা হয়?)

61. Assertion (A): Lencho wrote a letter addressed to God. (লেনচ’য়ে ঈশ্বৰক উদ্দেশ্য কৰি এটা চিঠি লিখিছিল।) Reason (R): He believed only God could help him after the hailstorm destroyed his crops. (শিল বৰষুণত শস্য নষ্ট হোৱাৰ পাছত তেঁও বিশ্বাস কৰিছিল যে মাথো ঈশ্বৰে সহায় কৰিব পাৰে।)

62. Assertion (A): Lencho described the raindrops as “new coins.” (লেনচ’য়ে বৰষুণৰ ধূলিকণা “নতুন মুদ্ৰা” বুলি অভিহিত কৰিছিল।) Reason (R): He saw rain as a source of livelihood and equated it with wealth. (তেঁও বৰষুণক জীৱিকা উৎস হিচাপে দেখিছিল আৰু ধনৰ সমতুল্য বুলি গণ্য কৰিছিল।)