Guwahati Book Fair Report & Annual Prize Day Report in English

Report Writing

Introduction

“This post presents the Guwahati Book Fair report and the Annual Prize Day report in English with Assamese Translation”

Guwahati Book Fair Report

1. Write a report for a local newspaper based on the information given below.

Nice opening function-large fathering and good sales expected

Guwahati: 20-11-2023

The Guwahati Book Fair commenced

Opened by the Governor of Assam

Publishers from the state and outside participated

The Guwahati Book Fair

Guwahati, November 20, 2023

The much-awaited Guwahati Book Fair Commenced” on 20th November, 2023, with a colourful and grand opening ceremony. The fair was officially inaugurated by the Hon’ble Governor of Assam.

This year, publishers from Assam as well as from other states have participated in the fair. Thousands of books of different subjects and interests are displayed, attracting book lovers of all ages. The opening function witnessed a large gathering of people, and the atmosphere was full of excitement and joy.

Organizers expect a huge crowd of readers during the entire fair and also hope for good sales. The Guwahati Book Fair has once again become a platform to celebrate knowledge, culture, and the love of books.

Assamese Translation

গুৱাহাটী গ্ৰন্থ মেলা

গুৱাহাটী, ২০ নৱেম্বৰ, ২০২৩

বহুত প্ৰত্যাশিত গুৱাহাটী গ্ৰন্থ মেলাৰ যাত্ৰা ২০ নৱেম্বৰ, ২০২৩ তাৰিখে এক বৰ্ণাঢ্য আৰু মহিমাময় উদ্বোধনী অনুষ্ঠানৰ মাজেৰে আৰম্ভ হ’ল। অনুষ্ঠানটো অসমৰ মাননীয় ৰাজপালজনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে।

এই বছৰৰ মেলাত অসমৰ লগতে আন ৰাজ্যৰো বহুতো প্ৰকাশন সংস্থাই অংশগ্ৰহণ কৰিছে। বিভিন্ন বিষয়, নানা ধৰণৰ ৰুচি আৰু বয়সৰ উপযোগী হাজাৰ হাজাৰ নতুন-পুৰণি গ্ৰন্থ মেলাত প্ৰদৰ্শন আৰু বিক্ৰী কৰা হৈছে। ইয়াৰ ফলত কিতাপ প্ৰেমী সকলৰ আনন্দ আৰু উৎসাহৰ সীমা নাই। উদ্বোধনী অনুষ্ঠানত বিপুল সংখ্যক লোকৰ ভিৰ জমা হৈছিল, য’ত আনন্দ আৰু উল্লাসেৰে পৰিপূর্ণ পৰিৱেশ সৃষ্টি হৈছে।

মেলাৰ আয়োজকসকলে আশা প্ৰকাশ কৰিছে যে, মেলাখনৰ সময়ছোৱাৰ ভিতৰতে বিপুল সংখ্যক পঢ়ুৱৈ আৰু দর্শক আহিব আৰু গ্ৰন্থ বিক্ৰীৰ পৰিমাণো সন্তোষজনক হ’ব।

গুৱাহাটী গ্ৰন্থ মেলা পুনৰবাৰ জ্ঞান, সাহিত্য-সংস্কৃতি আৰু গ্ৰন্থ প্ৰেমৰ উৎসৱ হিচাপে এক বিশেষ স্থান দখল কৰিছে। এই মেলাই কেৱল গ্ৰন্থ বিক্ৰী বা প্ৰদৰ্শনৰ ঠাই নহয়, ই পাঠপ্ৰেমীসকলৰ মিলনৰ মঞ্চ, নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু জ্ঞানৰ এক উৎসৱলৈ পৰিণত হৈছে।

Annual Prize Day of Your School Report

2. Write a report for a newspaper based on the information given below.

He gave away the prizes and gave an encouraging speech

Guwahati: 16-12-2023

Annual Prize Day of your school

A festive atmosphere in the school

The Education Minister was the chief guest

Annual Prize Day of Our School

Guwahati, December 16, 2023

The Annual Prize Day of our school was celebrated on 16th December, 2023, with great joy and excitement. The school campus wore a festive look as students, teachers, and parents gathered for the special occasion.

The Chief Guest for the day was the Hon’ble Education Minister. He was warmly welcomed by the Principal and staff. The programme began with a cultural show presented by the students, followed by the much-awaited prize distribution ceremony.

The Education Minister gave away prizes to the winners in academics, sports, and cultural activities. He also delivered an inspiring speech, encouraging students to work hard and become responsible citizens of the nation.

The function ended with loud clapping and smiling faces, making the day a memorable one for everyone.

Assamese Translation

আমাৰ বিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণ দিৱস

গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০২৩

আমাৰ বিদ্যালয়ত ২০২৩ চনৰ ১৬ ডিচেম্বৰত বাৰ্ষিক বঁটা বিতৰণ দিৱস মহান আনন্দ আৰু উৎসাহৰ মাজত উদযাপন কৰা হয়। বিদ্যালয়ৰ পৰিসৰটোৱে উৎসৱমুখৰ ৰূপ লয়, কাৰণ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে এই বিশেষ দিনটোত একত্ৰিত হৈছিল।

দিনটোৰ প্ৰধান অতিথি আছিল মাননীয় শিক্ষা মন্ত্ৰী। প্ৰিন্সিপাল আৰু শিক্ষকমণ্ডলীয়ে তেওঁক উষ্ণ অভ্যৰ্থনা জনাইছিল। অনুষ্ঠানটো আৰম্ভ হৈছিল ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপন কৰা মনোমোহা সাংস্কৃতিক কাৰ্যসূচীৰে। তাৰ পিছতে সকলোৰে অপেক্ষিত বঁটা বিতৰণ অনুষ্ঠান আৰম্ভ হয়।

শিক্ষা মন্ত্ৰীয়ে বিদ্যা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে। লগতে তেওঁ এক প্ৰেৰণাদায়ক ভাষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু ভৱিষ্যতত দেশৰ দায়িত্বশীল নাগৰিক হোৱাৰ আহ্বান জনায়।

অনুষ্ঠানটো প্ৰৱল হাততালি আৰু আনন্দ হাঁহিৰ মাজতে সমাপ্ত হয় । দিনটো সকলোৰে বাবে এক স্মৰণীয় অভিজ্ঞতাত পৰিণত হয়।

According to the National Book Trust of India, book fairs play a crucial role in promoting reading culture among young learners.

Paragraph Writing

According to Wikipedia’s report writing guide, well-structured reports help students present information effectively.

Air Pollution

Importance of Interest in Our Life

Class 8 All Lessons

Story Writing

Leave a Comment