Welcome to your Quiz on The Bond of Love
1. Where did they find the sloth bear cub? লিখকে পোৱালী ভালুকটো ক’ত পাইছিল?
2. Who had been shot leading to the cub becoming orphaned? কোক গুলীয়াই হত্যা কৰাৰ পাছত পোৱালীটো অনাথ হৈ পৰিছিল?
3. What name did the author’s wife first give the cub when she found it was a male? যেতিয়া লিখকৰ পত্নীয়ে পোৱালীটো মতা বুলি জনা পালে, তাই প্ৰথমে পোৱালীটোৰ কি নাম দিছিল?
4. Which Hindustani pet name did the wife later use for the bear? ঘৈনীয়েক জনীয়ে ভালুকৰ পোৱালীটোৰ বাবে পাছত কোনটো হিন্দুস্তানী নাম ব্যৱহাৰ কৰিছিল?
5. What substance did Bruno accidentally eat in the library that caused paralysis? পুথিভঁৰালত Bruno-এ অনিচ্ছাকৃতভাৱে কি খাইছিল যিয়ে পেৰালাইচিছৰ সৃষ্টি কৰিছিল?
6. How was Bruno saved after the poisoning? বিষ খোৱাৰ পিছত Bruno –ক কেনেকৈ ৰক্ষা কৰা হৈছিল?
7. How much antidote was first injected into Bruno? প্ৰথমে Bruno -ক কিমান পৰিমাণৰ প্ৰতিষেধক (antidote) ইনজেক্ট কৰা হৈছিল?
8. What unusual liquid did Bruno later drink without ill effect? পাছত Bruno -য়ে কোনটো অদ্ভুত তৰল দ্ৰৱ খাইছিল কিন্তু তাত তেওঁৰ ক্ষতি হোৱা নাছিল?
9. Which food did Bruno NOT particularly refuse and ate eagerly after recovery? উদ্ধাৰৰ পিছত Bruno –য়ে কোনটো খাদ্য বস্তু উৎসাহেৰে খাইছিল?
10. How did Bruno spend his younger days in the bungalow? ঘৰত (bungalow) Bruno –য়ে তেওঁৰ কিশোৰ বয়সত কেনেকৈ সময় কাটাইছিল?
11. Who advised that Baba should be given to the zoo at Mysore? বাবাক Mysore -ৰ চিৰিয়াখানালৈ লৈ যোৱাৰ বাবে কোনে উপদেশ দিছিল?
12. What was the zoo curator’s initial reply when asked about taking Baba? বাবা ঘৰলৈ লৈ যাওঁ বুলি কোৱাৰ সময়ত কিউৰেটজনে প্ৰথমে কি উত্তৰ দিলে?
13. What letter did the author’s wife write after Baba was sent away? বাবাক চিৰিয়াখানালৈ পঠিওৱাৰ পাছত লিখকৰ ঘৈনীয়েকে কেনে ধৰণৰ চিঠি লিখিছিল?
14. How did Baba react when he first recognised the author’s wife at the zoo? বাবাই চিৰিয়াখানাত ঘৈনীয়েকজনীক চিনিপোৱাৰ পিছত বাবাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হৈছিল?
15. For how long did the wife stay near Baba’s cage during their reunion? পুনর্মিলনত ঘৈনীয়েকজনীয়ে কিমান সময় ধৰি বাবাৰ পিঞ্জৰাৰ কাষত আছিল?
16. What did the keepers report about Baba’s condition to friends visiting Mysore? Mysore -ৰ পৰা অহা বন্ধুসকলে চিৰিয়াখানাৰ ৰক্ষকসকলৰ (keepers) পৰা বাবাৰ অৱস্থাৰ বিষয়ে কি জনা পালে?
17. Who finally helped bring Baba back from the zoo to Bangalore? সৰ্বশেষত বাবাক চিৰিয়াখানাৰ পৰা Bangalore -লৈ অনাত কোনে সহায় কৰিছিল?
18. How did the wife reach the island where Baba was kept? বাবাক ৰখা দ্বীপলৈ ঘৈনীয়েকজনীয়ে কেনেকৈ গৈ পাইছিল?
19. What does the author ask the reader about sloth bears in the final lines of the chapter? অধ্যায়ৰ শেষত লিখকে sloth bear-সমূহৰ বিষয়ে পাঠকক কি সুধিছে?
The Bond of Love — 5 Statement-Based Questions 1. Which of the following statements is true about how Bruno was found? লিখকে Bruno (পোৱালী) –ক কেনেকৈ বিচাৰি পালে সেইটোৰ বিষয়ে তলৰ কোনটো বিবৃতি সঠিক?
2. Which statement correctly describes Bruno’s eating habits after recovery? আৰোগ্য হোৱাৰ পাছত Bruno-ৰ খোৱাৰ অভ্যাসৰ বিষয়ে তলৰ কোনটো বিবৃতি শুদ্ধ?
3. Which statement about the poisoning incident is correct? বিষ খোৱা ঘটনাটোৰ বিষয়ে তলৰ কোনটো সঠিক?
4. Which statement about the reunion at the zoo is true? চিৰিয়াখানাত পুনর্মিলনৰ বিষয়ে তলৰ কোনটো বিবৃতি সত্য?
1) Assertion (A): Bruno became paralysed after eating barium carbonate. Reason (R): He was given hypodermic injections of antidote (10 c.c.), which helped him recover. ধাৰণা (A): Bruno বেৰিয়াম কাৰ্বোনেট খোৱাৰ পাছত অচল হৈ পৰিছিল। কাৰণ (R): তেওঁক হাইপ’ডাৰ্মিক ইনজেকচনৰ (১০ c.c.) মাধ্যমেৰে এণ্টিড’ট দিয়া হৈছিল, যিয়ে তেওঁৰ আৰোগ্যত সহায় কৰিছিল।
2) Assertion (A): Bruno recognised the author’s wife at the zoo and showed great joy. Reason (R): Bruno had a strong memory and a deep emotional attachment to the wife, so he remembered her after separation. ধাৰণা (A): চিৰিয়াখানাত Bruno-এ লেখকৰ ঘৈনীয়েকক চিনি পাইছিল আৰু বৰ আনন্দ প্ৰদৰ্শণ কৰিছিল। কাৰণ (R): Bruno-ৰ স্মৃতি শক্তি শক্তিশালী আৰু ঘৈনীয়েকৰ প্ৰতি গহীন মৰম আছিল, সেই কাৰণে তেওঁ তাইক চিনি পাইছিল।
3) Assertion (A): The family felt relieved after sending Bruno to the zoo. Reason (R): Bruno had grown too large and keeping him at home had become difficult and potentially dangerous. ধাৰণা (A): Bruno-ক চিৰিয়াখানালৈ পঠিয়োৱাৰ পিছত পৰিয়ালটোৱে সকাহ অনুভৱ কৰিছিল। কাৰণ (R): Bruno ডাঙৰ হৈ গ’ল আৰু ঘৰত ৰাখিবলৈ কঠিন আৰু বিপজ্জনক হৈ পৰিছিল।
4) Assertion (A): The zoo curator refused outright to accept Bruno when first asked. Reason (R): The curator later agreed to accept Bruno as a tame bear for his collection. ধাৰণা (A): প্ৰথমবাৰ সোধাত কিউৰেটৰজনে বাবাক ল’বলৈ স্পষ্টকৈ অস্বীকাৰ কৰিছিল। কাৰণ (R): কিউৰেটজনে পাছত তেওঁক তেওঁৰ সংগ্ৰহৰ বাবে এটা পোহনীয়া ভালুক হিচাপে ল’বলৈ সম্মতি দিছিল।
5) Assertion (A): After Bruno returned from the zoo he was allowed to roam freely in the compound. Reason (R): The family made an island in the courtyard surrounded by a dry pit (six feet wide and seven feet deep) to confine Bruno safely. ধাৰণা (A): Bruno চিৰিয়াখানাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁক চৌদহত স্বাধীনভাৱে ভ্ৰমণ কৰিবলৈ দিয়া হৈছিল। কাৰণ (R): পৰিয়ালে এটা দ্বীপ সদৃশ ঠাই বনাই দিলে, যিটো ছ ফিট বহল আৰু সাত ফিট ডাঠ গভীৰ শুকান গাঁঠিৰে আবদ্ধ আছিল, যাতে Bruno সুৰক্ষিতভাৱে সীমাবদ্ধৰ ভিতঁৰত থাকিব পাৰে।