“A Letter to God Class 10 | Textual Q&A, MCQs, Assertion & Reason – First Flight English”

A Letter to God” হৈছে মেক্সিক’ৰ খ্যাতনামা সাহিত্যিক গ্ৰেগৰিও ল’পেছ ফুৱেন্তেছ লিখা এটা হৃদয়স্পৰ্শী গল্প। এই গল্পটোত লেঞ্চো নামৰ এজন দুখীয়া কৃষকৰ জীৱনৰ সৈতে ঈশ্বৰ প্ৰতি তেওঁৰ দৃঢ় বিশ্বাসৰ কথা বৰ্ণনা কৰা হৈছে। গল্পখনৰ মূল বিষয়বস্তু হৈছে আশা, বিশ্বাস আৰু মানুহৰ অন্তৰৰ সলনি।

Summary (in Assamese):

A Letter to God” পাঠটোত লেঞ্চো নামৰ এজন দুখীয়া কৃষকৰ কাহিনী বৰ্ণনা কৰা হৈছে। লেঞ্চো পৱিত্ৰ আৰু সত্যতাত বিশ্বাসী আছিল। তেওঁ পাহাৰৰ ঢালত থকা নিজৰ কৃষি ক্ষেত্ৰত মাটিৰ কাম কৰিছিল। তাৰ ওপৰত তেওঁৰ পৰিয়াল সম্পূৰ্ণৰূপে নিৰ্ভৰ আছিল। এদিন বৰষুণ আহিল বুলি তেওঁ বৰ আনন্দিত হৈছিল, কিন্তু অতি সোনকালে বৰষুণ বৰফৰ শিলবৃষ্টিত পৰিণত হ’ল। শিলবৃষ্টিয়ে তেওঁলোকৰ খেতি পথাৰৰ সকলো শস্য ধ্বংস কৰিলে। ইয়াৰ ফলত পৰিয়ালখনৰ বাবে মহা দুখজনক অৱস্থাৰ সৃষ্টি হ’ল।

তথাপিও লেঞ্চোৱে ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱা নাছিল। তেওঁ ঈশ্বৰক চিঠি লিখি একশ peso ধনৰ অনুৰোধ কৰিলে, কাৰণ তেওঁৰ পৰিয়ালটো চলাই নিয়াৰ বাবে অতি প্ৰয়োজন আছিল। ডাকঘৰৰ লোকসকলে লেঞ্চোৰ বিশ্বাস আৰু ভক্তিত প্ৰভাৱিত হৈছিল। তেওঁলোকেই সহানুভূতিৰে ধন সংগ্ৰহ কৰি লেঞ্চোক দিলে। কিন্তু ধনৰ পৰিমাণ একশ peso নহ’ল, কিছু কম হ’ল।

ইয়াক পাই লেঞ্চো ভাবিলে যে ঈশ্বৰে নিশ্চিতভাৱে ধন পঠাইছিল, কিন্তু ডাকঘৰৰ লোকসকলে অংকটো কমাই ল’লে। সেয়ে তেওঁ পুনৰ ঈশ্বৰক চিঠি লিখি অনুৰোধ কৰিলে যাতে পৰৱৰ্তী সময়ত ধন পোনেপোনে তেওঁৰ হাতত দিয়ে যেন, ডাকঘৰৰ লোকৰ হাতেদি নপঠাব।

এই পাঠটিৱে আমাৰ আগত দেখুৱাইছে লেঞ্চোৰ ঈশ্বৰ প্ৰতি অটল বিশ্বাস আৰু আশা। একেদৰে ই মানুহৰ সহানুভূতি, সদয়তা আৰু বিশ্বাসৰ শক্তিৰ প্ৰতি এটা মহৎ বার্তা প্ৰদান কৰিছে

Textual Question

1. What did Lencho hope for? (লেনচোৱে কি আশা কৰিছিল?)

Ans: Lencho hoped for rain because his field of ripe corn needed some water. (লেনচোৱে বৰষুণৰ আশা কৰিছিল, কাৰণ তেওঁৰ পকা শস্যৰ খেতিত পানীৰ প্ৰয়োজন আছিল।)

2. Why did Lencho say the raindrops were like ‘new coins’? (লেনচোৱে কিয় ক’লে যে বৰষুণৰ পানীবোৰ ‘নতুন মুদ্ৰা’ৰ দৰে আছিল?

Ans: Lencho’s crops required a good downpour before harvesting. Only then his crops would be much better and by selling them he would get coins. So, the rain drops are as valuable as coins to him. That is why; Lencho said the raindrops were like ‘new coins’. (লেনচোৰ শস্য আহৰণ কৰাৰ আগতে পৰ্যাপ্ত পৰিমানৰ বৰষুণৰ প্ৰয়োজন আছিল। তেন্তে শস্যবোৰ ভালকৈ হ’ব আৰু বিক্ৰী কৰি তেওঁ মুদ্ৰা পাব। সেইকাৰণে বৰষুণৰ পানীবোৰ তেওঁৰ বাবে মুদ্ৰাৰ দৰে মূল্যৱান। সেয়েহে, লেনচোৱে ক’লে যে বৰষুণৰ পানীবোৰ ‘নতুন মুদ্ৰা’ৰ দৰে।)

3. How did the rain change? What happened to Lencho’s fields? (বৰষুণ কেনেকৈ সলনি হ’ল? লেনচোৰ খেতিত কি ঘটিল?)

Ans: As Lencho’s crops needed a good downpour so he hoped for rain and after sometime it started raining. But suddenly, the rain got converted into strong wind and very large hailstones began to fall along with it. It rained for half an hour. Lencho’s fields were completely destroyed by the hailstorm. (লেনচোৰ শস্যৰ পৰ্যাপ্ত পৰিমানৰ বৰষুণৰ প্ৰয়োজন আছিল, সেইবাবে তেওঁ বৰষুণৰ আশাত আছিল। অলপ সময় পিছত বৰষুণ আৰম্ভ হ’ল। কিন্তু হঠাতে বৰষুণটো ডাঙৰ বতাহত পৰিণত হ’ল আৰু ডাঙৰ ডাঙৰ বৰফৰ দলিয়াবোৰ পৰিব ধৰিলে। আধা ঘণ্টালৈকে বৰষুণ হ’ল। ফলত, লেনচোৰ খেতি সম্পূৰ্ণৰূপে ধ্বংস হ’ল।)

4. What were Lencho’s feelings when the hail stopped? (বৰফ পৰা বন্ধ হোৱাৰ পিছত লেনচোৰ অনুভৱ কি আছিল?)
Ans: After the hail stopped, Lencho’s soul was filled with sadness. He looked around the field and said that even a plague of locusts would have left more than what was left by the hailstorm. He said that they would have no corn that year and they would go hungry. He was very sad seeing his destroyed crops. (বৰফ পৰা বন্ধ হোৱাৰ পিছত লেনচোৰ মন দুখেৰে ভৰি পৰিছিল। তেওঁ খেতিৰ চাৰিওফালে চাই ক’লে যে, যদি কাকতী-ফৰিং আহিলহেঁতেন তেন্তে সিহঁতে এই বৰফৰ বৰষুণতকৈ বেছি এৰি থৈ গ’লেহেঁতেন। তেওঁ ক’লে, এই বছৰৰ বাবে তেওঁলোকে শস্য পাব নোৱাৰে আৰু তেওঁলোকে ভোকাতুৰ হৈ থাকিব লাগিব। ধ্বংস হোৱা শস্য দেখি তেওঁ অতি দুখী হৈছিল।)

5. Who or what did Lencho have faith in? What did he do? (কাৰ ওপৰত বা কিহত লেনচোৰ বিশ্বাস আছিল? তেওঁ কি কৰিলে?

Ans: Lencho had faith in God. Lencho wrote a letter to God expressing his need for hundred pesos. It would enable him to sow his field and to live until the crops grew again. (লেনচোৰ ঈশ্বৰত বিশ্বাস আছিল। তেওঁ ঈশ্বৰলৈ চিঠি লিখিলে আৰু তাত তেওঁৰ ১০০ পেছোৰ প্ৰয়োজনৰ কথা প্ৰকাশ কৰিছিল। এই ধনৰ সহায়ত তেওঁ খেতি বোৱাব পাৰিব আৰু শস্য গজা পৰ্যন্ত জীৱন ধাৰণ কৰিব পাৰিব।)

6. Who read the letter? (চিঠিখন কোনে পঢ়িলে?

Ans: When the postman saw that the letter was addressed to God, he laughed and took it to the postmaster who read it. (যেতিয়া ডাকীয়া গৰাকীয়ে চিঠিখন ঈশ্বৰলৈ লিখা বুলি দেখিলে, তেওঁ হাঁহিলে আৰু চিঠিখন পোষ্টমাষ্টাৰৰ ওচৰলৈ লৈ গ’ল। পোষ্টমাষ্টাৰে চিঠিখন পঢ়িলে।)

7. What did the postmaster do then? (তাৰ পিছত পোষ্টমাষ্টাৰে কি কৰিছিল?)

Ans: The postmaster decided to answer Lencho’s letter that is to keep his faith in God intact. So, he asked money from his employees. He himself gave a part of his salary. Still he could not gather one hundred pesos as wanted by Lencho. He could manage only seventy pesos. He put the money in an envelope and sent it on Lencho’s address signing it ‘God’. (ঈশ্বৰত তেওঁৰ বিশ্বাস অক্ষুন্ন ৰাখিবলৈ পোষ্টমাষ্টাৰে লেনচোৰ চিঠিখনৰ উত্তৰ দিয়াৰ সিদ্ধান্ত লৈছিল। সেইবাবে, তেওঁ নিজৰ কৰ্মচাৰীসকলৰ পৰা ধন বিচাৰিছিল। তেওঁ নিজৰ দৰমহাৰ এক অংশ দিছিল। তথাপি তেওঁ লেনচোৰ দৰকাৰ অনুসৰি ১০০ পেছো সংগ্ৰহ কৰিব পৰা নাছিল। তেওঁ কেৱল ৭০ পেছো সংগ্ৰহ কৰিব পাৰিছিল। সেই ধন খামত ভৰাই লেনচোৰ ঠিকনাত পঠিয়াইছিল আৰু ‘God’ বুলি চিহ্নিত কৰিছিল।)

8. Was Lencho surprised to find a letter for him with money in it? (লেনচো চিঠিখনত টকা পোৱাত আশ্চৰ্য হৈছিলনে?)

Ans: No, Lencho was not at all surprised to see the letter from God with money inside it. As a true devotee of God, he had so much faith in him that he was sure of getting reply from him. (নহয়, লেনচো ঈশ্বৰৰ পৰা অহা চিঠিখনৰ ভিতৰত টকা পাই একো আশ্চৰ্য হোৱা নাছিল। ঈশ্বৰৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস আছিল, আৰু সেয়েহে তেওঁ নিশ্চিত আছিল যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিবই।)

9. What made him angry? (তেওঁক কিহে খঙাল কৰিলে?)

Ans: When Lencho got the reply to his letter supposedly sent by God, he counted the money inside it and found only seventy pesos. He was confident that God could neither make a mistake nor deny him. He suspected that the post office employees must have taken the remaining thirty pesos. This made him angry. (যেতিয়া লেনচোৱে ঈশ্বৰে পঠিয়াইছে বুলি ধৰো লোৱা চিঠিখনৰ উত্তৰ পালেহি, তেওঁ তাৰ ভিতৰত থকা টকা হিচাপ কৰি চাই কেৱল ৭০ পেছো পালে। তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰে কেতিয়াও ভুল নকৰে আৰু তেওঁক দাবী অস্বীকাৰো নকৰে। সেয়ে তেওঁ সন্দেহ কৰিছিল যে বাকী থকা ৩০ পেছো পোষ্ট অফিচৰ কৰ্মচাৰী সকলে লৈছে। এইখিনিয়ে তেওঁক ক্ৰোধান্বিত কৰিছিল।)

10. Who does Lencho have complete faith in? (লেনচোৰ সম্পূৰ্ণ বিশ্বাস কাৰ ওপৰত আছে?)

Ans: Lencho has complete faith in God। (লেনচোৰ সম্পূৰ্ণ বিশ্বাস ঈশ্বৰৰ ওপৰত আছে।)

11. Why does the postmaster send money to Lencho? Why does he sign the letter ‘God’? (পোষ্টমাষ্টাৰে লেনচোলৈ টকা কিয় পঠালে? তেওঁ চিঠিখন ‘God’ বুলি কিয় চিহ্নিত কৰিলে?)

Ans: The postmaster sends the money to Lencho only to help him and to keep his faith in God alive. He was impressed by Lencho’s faith in God. He wished that he could also have the same faith in God. So, he asked the other employees to contribute some money and he himself gave a part of his salary. After the collection of all the contribution, he puts that into an envelope and posts it to Lencho’s address. He signs the letter as God because he does not want to shake Lencho’s faith in God. (পোষ্টমাষ্টাৰে লেনচোক সহায় কৰিবলৈ আৰু ঈশ্বৰৰ ওপৰত তেওঁৰ বিশ্বাস অটল ৰাখিবলৈহে টকা পঠালে। লেনচোৰ ঈশ্বৰত থকা বিশ্বাসে তেওঁক প্ৰভাৱিত কৰিছিল। তেওঁ ও যেন লেনচোৰ নিচিনা বিশ্বাস ৰাখিব পাৰে বুলি আশা কৰিছিল। সেয়ে তেওঁ আন কৰ্মচাৰীক ধন দান কৰিবলৈ ক’লে আৰু তেওঁ নিজৰ দৰমহাৰ এটা অংশ দিলে। সকলোৰে অৱদান সংগ্ৰহ কৰাৰ পিছত তেওঁ সেই টকা এখন খামত ভৰাই লেনচোৰ ঠিকনালৈ পঠিয়ালে। তেওঁ চিঠিখন ‘God’ বুলি চিহ্নিত কৰিলে কাৰণ তেওঁ লেনচোৰ ঈশ্বৰত থকা বিশ্বাস ধ্বংস কৰিব বিচৰা নাছিল।)

12. Did Lencho try to find out who had sent the money to Lencho? Why / why not? (লেনচোৱে কোনে তেওঁৰলৈ টকা পঠাইছিল জানিবলৈ চেষ্টা কৰিছিলনে? কিয়/নহ’লে কিয়?)

Ans: Lencho did not try to find out who had sent the money to him. He knew it very well that it was really from God. His faith in God was so strong that he believed that God himself had sent him the money. (লেনচোৱে কোনে তেওঁ লৈ টকা পঠাইছিল জানিবলৈ চেষ্টা কৰা নাছিল। তেওঁ ভালদৰে জানিছিল যে এই টকা সঁচাকৈয়ে ঈশ্বৰে পঠাইছিল। ঈশ্বৰত তেওঁৰ বিশ্বাস ইমান দৃঢ় আছিল যে তেওঁ বিশ্বাস কৰিছিল – ঈশ্বৰে নিজে এই টকা পঠাইছে।)

13. Who does Lencho think has taken the rest of the money? What is the irony in the situation? (লেনচোৱে বাকী টকা কোনে লৈছে বুলি ভাবিছিল? এই পৰিস্থিতিত বক্ৰোক্তি কি?

Ans: Lencho thought that the office employees must have taken the rest of the money. The Irony, in the situation, was that the employees, who were thought to be ‘bunch of crooks’, were really helpers to Lencho. They contributed and sent the money to keep Lencho’s faith in God intact. (লেনচোৱে ভাবিছিল যে পোষ্ট অফিচৰ কৰ্মচাৰী সকলে বাকী টকা লৈছে। এই পৰিস্থিতিত বক্ৰোক্তিটো আছিল এই যে লেনচোৱে যিসকল ব্যক্তিক ‘ঠগৰ দল’ বুলি ভাবিছিল, সিহঁতে বাস্তৱত লেনচোক সহায় কৰিছিল। সিহঁতে বৰঙণি আগবঢ়াই ঈশ্বৰত লেনচোৰ বিশ্বাস অক্ষুন্ন ৰাখিবলৈ টকা পঠাইছিল।)

14. Are there people like Lencho in the real world? What kind of a person would you say he is? (বাস্তৱ জগতত লেনচোৰ দৰে মানুহ আছে নে? লেনচো কেনেধৰণৰ মানুহ বুলি তুমি ক’বা?)

Ans: There might be a few people like Lencho in the real world. He is an unquestioning and naive kind of person. (বাস্তৱ জগতত লেনচোৰ দৰে কিছুমান মানুহ হ’ব পাৰে। লেনচো এজন অন্ধবিশ্বাসী আৰু অপৰিণত চিন্তাধাৰাৰ মানুহ।)

Additional questions

1. Where was Lencho’s house situated? (লেনচোৰ ঘৰখন ক’ত অৱস্থিত আছিল?)

Ans: Lencho’s house was situated in a valley. It was on the crest of a low hill. (লেনচোৰ ঘৰখন এখন উপত্যকাৰ ভিতৰত অৱস্থিত আছিল। এইটো এটা কম ওখৰ পাহাৰৰ শিখৰত আছিল।)

2. Why did Lencho sit seeing the sky? (লেনচোৱে কিয় আকাশলৈ চাই বহি আছিল?)

Ans: Lencho sat the whole day looking at the sky. It was because his crops needed the rain at that period of time. (লেনচোৱে দিনটো আকাশলৈ চাই বহি আছিল। ইয়াৰ কাৰণ আছিল, সেই সময়ত তেওঁৰ শস্যবোৰৰ বৰষুণৰ প্ৰয়োজন আছিল।)

3. How did the postman and the postmaster react to Lencho’s letter to God? (পোষ্টমেন আৰু পোষ্টমাষ্টাৰে ঈশ্বৰৰ নামত লিখা লেনচোৰ চিঠিখনক কেনেদৰে প্ৰতিক্ৰিয়া জনাইছিল?)

Ans: The postman was surprised to see Lencho’s letter to God. He had never seen such a letter addressed to God. So, he laughed seeing such an address on the envelope. He took the letter to the postmaster who also got surprised at Lencho’s faith in God. He wished he had such a faith in God. (পোষ্টমেনজন লেনচোৰ ঈশ্বৰৰ নামত লিখা চিঠিখন দেখি আচৰিত হৈছিল। তেওঁ আগতে কেতিয়াও ঈশ্বৰৰ ঠিকনাত লিখা এনে চিঠি দেখা নাছিল। সেয়ে তেওঁ খামৰ ওপৰত এই ঠিকনা দেখি হাঁহিছিল। তেওঁ চিঠিখন পোষ্টমাষ্টাৰৰ ওচৰলৈ লৈ গ’ল। পোষ্টমাষ্টাৰেও লেনচোৰ ঈশ্বৰত থকা বিশ্বাস দেখি আচৰিত হৈছিল। তেওঁ ভাবিছিল তেওঁ ও যেন ঈশ্বৰৰ ওপৰত তেনে বিশ্বাস ৰাখিব পাৰিলেহেঁতেন।)

4. What did the postmaster do in order not to shake Lencho’s faith in God? (পোষ্টমাষ্টাৰে লেনচোৰ ঈশ্বৰত থকা বিশ্বাস নষ্ট নকৰাৰ বাবে কি কৰিছিল?)

Ans: After reading the letter, the postmaster got serious and thoughtful. He wished he had the same faith in God. So, he decided to answer the letter. He asked money from his employees. He himself gave a part of his salary. Still, he could not gather a total of one hundred pesos as wanted by Lencho. He could manage only seventy pesos. At last, he sent the money to Lencho so that the latter might have firm faith in God, as firm faith as he had earlier.(চিঠিখন পঢ়াৰ পাছত পোষ্টমাষ্টাৰজন আচৰিত আৰু চিন্তামগ্ন হৈ পৰিছিল। তেওঁ ভাবিছিল, যদি তেওঁৰো ঈশ্বৰৰ ওপৰত তেনে বিশ্বাস থাকিলেহেঁতেন। সেইবাবে তেওঁ চিঠিখনৰ উত্তৰ দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ নিজৰ কৰ্মচাৰী সকলৰ পৰা টকা বিচাৰিছিল। তেওঁ নিজৰ দৰমহাৰ এটা অংশ দিছিল। তথাপিও তেওঁ লেনচোৰ প্ৰয়োজন অনুসৰি ১০০ পেছো সংগ্ৰহ কৰিব পৰা নাছিল। তেওঁ কেৱল ৭০ পেছো সংগ্ৰহ কৰিব পাৰিছিল। শেষত, তেওঁ সেই টকা লেনচোক পঠিয়ালে যাতে লেনচোৰ ঈশ্বৰত থকা বিশ্বাস পূৰ্বৰ দৰে অটল থাকে।)

5. What is peso? (পেছো বুলিলে কি বুজা?

Ans: Peso is a currency of several Latin-American countries. (পেছো হৈছে কেইবাটাও লেটিন-আমেৰিকান দেশৰ মুদ্ৰা।)

6. What type of man was the postmaster? (পোষ্টমাষ্টাৰজন কেনেকুৱা মানুহ আছিল?)
Ans: The postmaster was a fat and amiable man. (পোষ্টমাষ্টাৰজন এজন শকত আৰু আন্তৰিক স্বভাৱৰ মানুহ আছিল।)

7. What did Lencho do during the rain? (বৰষুণৰ সময়ত লেনচোৱে কি কৰিছিল?)

Ans: When it rained, Lencho went out to have the pleasure of feeling the rain on his body. (যেতিয়া বৰষুণ পৰিছিল, তেতিয়া লেনচো বাহিৰলৈ গ’ল আৰু বৰষুণৰ পানী শৰীৰত পৰাৰ আনন্দ অনুভৱ কৰিছিল।)

8. What was Lencho’s only hope? (লেনচোৰ একমাত্ৰ আশা কি আছিল?)

Ans: Lencho’s only hope was the help of God as he was instructed that God’s eyes could see everything. (ঈশ্বৰৰ সহায় লেনচোৰ একমাত্ৰ আশা আছিল, কিয়নো তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰৰ চকুৱে সকলো দেখিবলৈ সক্ষম।)

9. What did Lencho write in the second letter to God? (লেনচোৱে দ্বিতীয় চিঠিখনত ঈশ্বৰলৈ কি লিখিছিল?)
Ans: In the second letter to God Lencho wrote that he had asked for a hundred pesos but he received only seventy pesos. He asked God to send the balance amount, but not through the mail. It was because the post office employees were a bunch of crooks. (দ্বিতীয়বাৰৰ বাবে ঈশ্বৰলৈ লিখা চিঠিখনত লেনচোৱে লিখিছিল যে তেওঁ ১০০ পেছো বিচাৰিছিল কিন্তু তেওঁ কেৱল ৭০ পেছোহে পাইছিল। তেওঁ ঈশ্বৰৰ ওচৰত বাকী টকা পঠিয়াবলৈ ক’লে, কিন্তু পোষ্টৰ জৰিয়তে নহয়। কিয়নো তেওঁৰ মতে, পোষ্ট অফিচৰ কৰ্মচাৰী সকলে এটা ঠগৰ দল আছিল।)

Download Question paper Download Solved MCQ pdf

MCQs

1. What is the purpose of the form given in “A Letter to God”? (“A Letter to God” ত   দিয়া ফৰ্মটোৰ উদ্দেশ্য কি?)

A) Sending a letter (চিঠি পঠিয়াবলৈ)

B) Booking a train ticket (ট্ৰেইনৰ টিকট কটাই দিবলৈ)

C) Sending money through post (ডাকৰ জৰিয়তে টকা পঠিয়াবলৈ)

D) Opening a bank account (এটা বেংক একাউন্ট খুলিবলৈ)

Answer: C. Sending money through post (ডাকৰ জৰিয়তে টকা পঠিয়াবলৈ)

2. What is written at the top of the form? (ফৰ্মটোৰ ওপৰৰ ফালে কি লিখা আছে?)

A) MONEY ORDER

B) POST OFFICE

C) TELEGRAM FORM

D)  RECEIPT

Answer: A. MONEY ORDER.

3. How much does the money order form cost as per the image given in the chapter? (চিত্ৰ অনুসৰি মানি অৰ্ডাৰ ফৰ্মটোৰ মূল্য কিমান?)

A. 25 paise

B. 1 rupee

C. 75 paise

D. 50 paise

Answer: D. 50 paise

4. What does ‘PIN’ stand for in the form? (ফৰ্মটোত ‘PIN’ শব্দটোৰ অৰ্থ কি?)

A. Post Instruction Number (পোষ্ট নিৰ্দেশনা নম্বৰ)

B. Personal Identity Number (ব্যক্তিগত পৰিচয় নম্বৰ)

C. Postal Index Number (প’ষ্টেল ইণ্ডেক্স নম্বৰ)

D. Payment Invoice Number (পেমেণ্ট ইনভইচ নম্বৰ)

Answer: C. Postal Index Number

4. Where should the sender sign in the form? (পঠিওৱাজনে ক’ত চহী কৰিব লাগে?)

A. Below the PIN code (PIN ক’ডৰ তলত)

B. Next to the Postmaster field (প’ষ্টমাষ্টাৰ ফিল্ডৰ কাষত)

C. In the Sender’s Signature area (পঠিয়োৱাজনৰ চহী ঠাইত)

D. In the Stamp section (ষ্টাম্প অংশত)

Answer: C. In the Sender’s Signature area

5. What is the purpose of the ‘M.O. ACKNOWLEDGEMENT’ section? (‘M.O. ACKNOWLEDGEMENT’ অংশটোৰ উদ্দেশ্য কি?)

A. To track delivery (বিতৰণ পৰ্যবেক্ষণ কৰিবলৈ)

B. To write sender’s address (পঠিয়োৱাজনৰ ঠিকনা লিখিবলৈ)

C. To paste the stamp (ষ্টাম্প লগাবলৈ)

D. To pay the fees (ফিচ পে কৰিবলৈ)

Answer: B. To write sender’s address উত্তৰ: B. পঠিয়োৱাজনৰ ঠিকনা লিখিবলৈ

6. Who signs in the ‘Signature of Payee’ area? (‘Signature of Payee’ অংশত কোনে চহী কৰে?)

A. Sender (পঠিয়োৱা ব্যক্তি)

B. Receiver (গ্ৰাহক)

C. Postmaster (প’ষ্টমাষ্টাৰ)

D. Clerk (ক্লাৰ্ক)

Answer: B. Receiver

7. What is the space given at the bottom of the acknowledgement section used for? (Acknowledgement অংশৰ তলত থকা খালী স্থানটো কি উদ্দেশ্যে ব্যৱহাৰ হয়?)

A. Address of Post Office (ডাকঘৰৰ ঠিকনা)

B. Communication message (যোগাযোগ বাৰ্তা)

C. Stamp of receiver (গ্ৰাহকৰ ষ্টাম্প)

D. Signature of postman (ডাকিয়াৰ চহী)

Answer: B. Communication message

8. Who is the author of the story “A Letter to God”? (“A Letter to God” গল্পখনৰ লেখক কোন?)

A. Leo Tolstoy

B. G.L. Fuentes

C. Anton Chekhov

D. Guy de Maupassant

Answer: B. G.L. Fuentes

9. What is Lencho by profession? (লেনচ’ৰ পেচা কি আছিল?)

A. A teacher (এজন শিক্ষক)

B. A postman (এজন ডাকীয়া)

C. A farmer (এজন কৃষক)

D. A priest (এজন ধৰ্মগুৰু)

Answer: C. A farmer

10. What is Lencho asking God for in his letter? (লেনচ’য়ে ঈশ্বৰৰ ওচৰত তেওঁৰ পত্ৰত কি বিচাৰিলে?)

A. Food (খাদ্য)

B. Hundred pesos (একশ টকা)

C. Rain (বৰষুণ)

D. A new house (এখন নতুন ঘৰ)

Answer: B. Hundred pesos

11. What is the key theme explored in the story? (গল্পখনত মূলত: কি বিষয় আলোচনা কৰা হৈছে?)

A. Justice (ন্যায়)

B. Hard work (কঠোৰ পৰিশ্ৰম)

C. Faith (আস্থা)

D. Courage (সাহস)

Answer: C. Faith

12. What does “A Letter to God” suggest about faith in the beginning? (গল্পৰ আৰম্ভণিত বিশ্বাস সম্পৰ্কে কি কোৱা হৈছে?)

A. Faith is useless (বিশ্বাস অসাৰ)

B. Faith can move mountains (বিশ্বাসে পৰ্বত স্থানান্তৰ কৰিব পাৰে)

C. Faith is dangerous (বিশ্বাস বিপদজনক)

D. Faith comes after success (সফলতাৰ পাছত বিশ্বাস আহে)

Answer: B. Faith can move mountains

13. What should you preferably use to fill the MO form? (মানি অৰ্ডাৰ ফৰ্ম পূৰণ কৰাৰ সময়ত তোমালোকক কি ব্যৱহাৰ কৰা উচিত?)

A. Cursive letters (কাৰ্ছিভ আখৰ)

B. Block letters (ব্লক আখৰ)

C. Hindi language (হিন্দী ভাষা)

D. Pencil (পেঞ্চিল)

Answer: B. Block letters

14. What should you take back after making a Money Order? (এটা মানি অৰ্ডাৰ কৰাৰ পাছত তুমি কি লৈ ঘূৰিব লাগে?)

A. Postcard (প’ষ্টকাৰ্ড)

B. A pen (এটা কলম)

C. A receipt (এটা ৰিচিপ্ট)

D. MO acknowledgement counterfoil (মানি অৰ্ডাৰৰ স্বীকৃতি কাউণ্টাৰফইল)

Answer: D. MO acknowledgement counterfoil

15. Where was Lencho’s house located? (লেনচ’ৰ ঘৰখন ক’ত অৱস্থিত আছিল?)

A. In the middle of the forest (জংঘলৰ মাজত)

B. On the crest of a low hill (এটা নিম্ন পৰ্বতৰ শীৰ্ষত)

C. Near the river bank (নৈৰ পাৰৰ ওচৰত)

D. Inside the town (চহৰৰ ভিতৰত)

Answer: B. On the crest of a low hill

16. What could be seen from Lencho’s house? (লেনচ’ৰ ঘৰৰ পৰা কি দেখা গৈছিল?)

A. A railway station (এটা ৰেল ষ্টেচন)

B. A dense forest (এখন ঘন বন)

C. The river and the field of ripe corn (নৈ আৰু পকা শস্যৰ খেতি)

D. A desert (এখন মৰুভূমি)

Answer: C. The river and the field of ripe corn

18. What did the earth need according to Lencho? (লেনচ’ৰ মতে পৃথিৱীটোৰ কি প্ৰয়োজন আছিল?)

A. More sunshine (অধিক পোহৰ)

B. A downpour or a shower (এটা বেছি বৰষুণ বা কম বৰষুণ)

C. A flood (বানপানী)

D. Cold weather (ঠাণ্ডা বতৰ)

Answer: B. A downpour or a shower

19. What was Lencho doing the whole morning? (ৰাতিপুৱাত লেনচ’য়ে কি কৰিছিল?)

A. Reading a book (এখন কিতাপ পঢ়ি আছিল)

B. Planting seeds (বীজ ৰুই আছিল)

C. Watching the sky (আকাশ চাই আছিল)

D. Sleeping under a tree (গছৰ তলত শুই আছিল)

Answer: C. Watching the sky

20. In which direction was Lencho looking? (লেনচ’য়ে কোন ফালে চাই আছিল?)

A. South-west (দক্ষিণ-পশ্চিম)

B. North-east (উত্তৰ-পূব)

C. East (পূব)

D. West (পশ্চিম)

Answer: B. North-east

21. Who was preparing supper? (কোনে ৰাতিৰ আহাৰ প্রস্তুত কৰি আছিল?)

A. Lencho

B. His mother

C. His wife

D. His daughter

Answer: C. His wife

22. What did the woman say in reply to Lencho? (লেনচ’ৰ উত্তৰত ঘৈনীয়েকজনীয়ে কি কৈছিল?)

A. “Let’s go to the market.” (বোলা বাজাৰলৈ যাওঁ)

B. “Yes, it’s going to rain now.” (হয়, এতিয়া বৰষুণ পৰিব)

C. “Yes, God willing.” (হয়, ঈশ্বৰে ইচ্ছা কৰিলে)

D. “There’s no hope.” (আশা নাই)

Answer: C. “Yes, God willing.”

23. What was the older boy doing?  (ডাঙৰ ল’ৰাজন কি কৰিছিল?)

A. Playing in the river (নৈত খেলি আছিল)

B. Sleeping inside the house (ঘৰৰ ভিতৰত শুই আছিল)

C. Working in the field (খেতিত কাম কৰি আছিল)

D. Drawing pictures (ছবি আঁকি আছিল)

Answer: C. Working in the field

24. Where were the smaller boys playing? (সৰু ল’ৰাবোৰ ক’ত খেলি আছিল?)

A. On the roof (আঙনতে)

B. Near the house (ঘৰৰ ওচৰত)

C. In the market (বজাৰত)

D. In the school playground (বিদ্যালয়ৰ খেলপথাৰত)

Answer: B. Near the house

25. What did Lencho say about water? (লেনচ’য়ে পানীৰ বিষয়ে কি ক’লে?)

A. “There will be no rain.”

B. “We’ll get water from the well.”

C. “We’re really going to get some water, woman.”

D. “Let’s pray for water.”

Answer: C. “We’re really going to get some water, woman.”

26. How did the woman respond to Lencho? (লেনচ’ৰ কথাৰ উত্তৰত স্ত্রীজনে কি ক’লে?)

A. “Yes, may be.”

B. “No, we won’t.”

C. “Yes, God willing.”

D. “Let’s wait and see.”

Answer: C. “Yes, God willing.”

27. What had Lencho predicted? (লেনচ’য়ে কি পূৰ্বানুমান কৰিছিল?)

A. A thunderstorm

B. Hailstones

C. Rain

D. Snowfall

Answer: C. Rain

28. What could be seen in the north-east sky? (উত্তৰ-পূবৰ আকাশত কি দেখা গৈছিল?)

A. A rainbow

B. Mountains of clouds

C. Clear blue sky

D. Flocks of birds

Answer: B. Mountains of clouds

29. What did the raindrops feel like to Lencho? (লেনচ’ৰ বাবে বৰষুণৰ টোপালবোৰ কেনেকুৱা অনুভৱ হৈছিল?)

A. Drops of water

B. Pieces of cotton

C. New coins

D. Pearls

Answer: C. New coins

30. What were the big drops compared to? (বৃহৎ বৰষুণৰ টোপালবোৰক কিহৰ সৈতে তুলনা কৰা হৈছিল?)

A. Gold coins

B. Ten cent pieces

C. Stones

D. Marbles

Answer: B. Ten cent pieces

31. What happened suddenly after the rain began? (বৰষুণ আৰম্ভ হোৱাৰ পিছত হঠাৎ কি হৈছিল?)

A. Rainbow appeared

B. A strong wind and hailstorm began

C. Sunlight returned

D. Thunder struck a tree

Answer: B. A strong wind and hailstorm began

32. What did the hailstones resemble? (শিলবোৰ কিহৰ সাদৃশ আছিল?)

A. Glass marbles

B. Frozen balls

C. Silver coins

D. Stones

Answer: C. Silver coins

33. What was the field compared to after the storm? (ধুমুহাৰ পাছত খেতিটোক কিহৰ সৈতে তুলনা কৰা হৈছিল?)

A. A sheet of ice

B. Covered with salt

C. A desert

D. A silver plate

Answer: B. Covered with salt

34. What happened to the corn and flowers? (শস্য আৰু ফুলবোৰৰ কি হ’ল?)

A. They turned golden

B. They grew taller

C. They were destroyed

D. They remained safe

Answer: They were destroyed

35. What was Lencho’s soul filled with after the storm? (ধুমুহাৰ পাছত লেনচ’ৰ মন কি অনুভৱেৰে ভৰা আছিল?)

A. Joy

B. Sadness

C. Hope

D. Excitement

Answer: B. Sadness

36. What did Lencho compare the destruction to? (লেনচ’য়ে এই ধ্বংসক কিহৰ সৈতে তুলনা কৰিলে?)

A. A cyclone

B. A flood

C. A plague of locusts

D. A thunderstorm

Answer: C. A plague of locusts

37. What was the condition of Lencho’s crops after the hailstorm? (শিলাবৃষ্টিৰ পিছত লেনচ’ৰ ফচলৰ অৱস্থা কেনেকুৱা হৈছিল?)

A. Ready for harvest

B. Slightly damaged

C. Completely destroyed

D. Still green

Answer: C. completely destroyed

38. What did Lencho’s family fear after the hailstorm? (শিল বৰষুণৰ পিছত লেনচ’ৰ পৰিয়ালৰ কি আশংকা হৈছিল?)

A. Losing their house

B. Going hungry

C. Getting ill

D. Moving to another town

Answer: B. Going hungry

39. What was Lencho’s only hope? (লেনচ’ৰ একমাত্ৰ আশা কি আছিল?)

A. Help from neighbours

B. Government support

C. Help from God

D. Donation from villagers

Answer: C. Help from God

40. What did Lencho do the following Sunday? (পাছৰ দেওবাৰে লেনচ’য়ে কি কৰিলে?)

A. Planted new seeds

B. Went to pray in church

C. Wrote a letter to God

D. Sold his cattle

Answer: C. Wrote a letter to God

41. What was the purpose of Lencho’s letter? (লেনচ’ৰ চিঠিখনৰ উদ্দেশ্য কি আছিল?)

A. To invite God for dinner

B. To express gratitude

C. To ask for money to sow his field again

D. To write about weather

Answer: C. To ask for money to sow his field again

42. How much money did Lencho ask for? (লেনচ’য়ে কিমান ধনৰ অনুৰোধ কৰিছিল?)

A. 50 pesos

B. 200 pesos

C. 75 pesos

D. 100 pesos

Answer: D. 100 pesos

43. Why did Lencho need the money? (লেনচ’ৰ ধন বা টকাৰ কিয় প্ৰয়োজন আছিল?)

A. To build a new house

B. To travel to another city

C. To sow the field again and survive

D. To buy food and clothes

Answer: C. To sow the field again and surviv

44. Where did Lencho place the letter? (লেনচ’য়ে চিঠিখন ক’ত ৰাখিলে?)

A. In his cupboard

B. Under his pillow

C. In the church donation box

D. In the mailbox

Answer: D. In the mailbox

45. Who saw the letter addressed ‘To God’? (‘ঈশ্বৰক’ সম্বোধন কৰা চিঠিখন কোনে দেখিলে?)

A. Lencho’s wife

B. The village priest

C. A post office employee

D. The mayor

Answer: C. A post office employee

46. What was the postmaster’s reaction upon seeing the letter? (চিঠিখন দেখি ডাকমাষ্টাৰে কেনে প্ৰতিক্ৰিয়া জনালে?)

A. He got angry

B. He ignored it

C. He laughed heartily

D. He scolded Lencho

Answer: C. He laughed heartily

47. What amazed the postmaster about Lencho? (লেনচ’ৰ বিষয়ে ডাকমাষ্টাৰক কিহে আচৰিত কৰিছিল?)

A. His handwriting

B. His anger

C. His faith in God

D. His farming skills

Answer: C. His faith in God

48. How much money was the postmaster able to collect? (ডাকমাষ্টাৰে কিমান ধন সংগ্ৰহ কৰিব পাৰিলে?)

A. Full 100 pesos

B. Nothing

C. More than 100 pesos

D. A little more than half

Answer: D. A little more than half

49. What word did the postmaster sign the envelope with? (ডাকমাষ্টাৰে খামখনত কোন শব্দটোৰে স্বাক্ষৰ কৰিলে?)

A. God

B. Postmaster

C. Charity

D. Friend

Answer: A. God

50. How did Lencho react when he received the letter? (লেনচ’য়ে চিঠিখন পোৱাৰ পাছত কেনে প্ৰতিক্ৰিয়া জনালে?)

A. He cried

B. He was shocked

C. He showed no surprise

D. He ran away

Answer: C. He showed no surprise

51. What emotion did the postmaster feel after sending the money? (ধন পঠিয়াৰ পিছত ডাকমাষ্টাৰৰ মনত কি অনুভৱ হৈছিল?)

A. Anger

B. Pride

C. Contentment

D. Regret

Answer: C. Contentment

52. Why did Lencho become angry after counting the money? (ধনখিনি হিচাপ কৰাৰ পিছত লেনচ’ কিয় খঙাতুৰ হৈছিল?)

A. Because the letter was torn

B. Because the money was less than requested

C. Because the letter had no stamp

D. Because it was not from God

Answer: B. Because the money was less than requested

53. What did Lencho immediately ask for after reading the letter? (চিঠিখন পঢ়াৰ পিছত লেনচ’য়ে তৎক্ষণাৎ কি বিচাৰিলে?)

A. More money

B. A stamp and paper

C. A new envelope

D. Food

Answer: B. A stamp and paper

54. What did Lencho do at the public writing-table? (লেনচ’য়ে সাধাৰণ লিখনি টেবুলত কি কৰিলে?)

A. Read a book

B. Slept for a while

C. Wrote a new letter

D. Talked to the postmaster

Answer: C. Wrote a new letter

55. Why was Lencho frowning while writing the letter? (চিঠিখন লিখি থাকোঁতে লেনচ’ৰ কপাল কিয় ভাঁজ খাইছিল?)

A. He was crying

B. He was concentrating to express his ideas

C. He had no pen

D. He was writing too fast

Answer: B. He was concentrating to express his ideas

56. How much money did Lencho receive in the letter? (লেনচ’য়ে চিঠিখনত কিমান টকা পাইছিল?)

A. 100 pesos

B. 70 pesos

C. 50 pesos

D. 30 pesos

Answer: B. 70 pesos

57. What was Lencho’s reaction after receiving the money? (ধনখিনি পোৱাৰ পাছত লেনচ’ৰ প্ৰতিক্ৰিয়া কি আছিল?

A. He cried

B. He thanked the postmaster

C. He became angry

D. He returned the money

Answer: C. He became angry

58. Why was Lencho angry? (লেনচ’ কিয় খঙাল হৈছিল?)

A. He did not receive any money

B. He received torn money

C. He received less than what he asked for

D. His letter was lost

Answer: C. He received less than what he asked for (তেওঁ অনুৰোধ কৰা পৰিমাণতকৈ কম ধন পাইছিল)

59. What did Lencho call the post office employees? (লেনচ’য়ে ডাকঘৰৰ কৰ্মচাৰীসকলক কি কৈছিল?)

A. Kind people

B. Honest people

C. Crooks

D. Helpers

Answer: C. Crooks

60. What did Lencho write in his second letter? (লেনচ’য়ে তেওঁৰ দ্বিতীয় চিঠিখনত কি লিখিছিল?)

A. Thank you, God

B. Send the rest of the money

C. I don’t need the money (মোৰ ধনৰ প্ৰয়োজন নাই)

D. I am happy

Answer: B. Send the rest of the money

61. What instruction did Lencho give in the second letter? (দ্বিতীয় চিঠিখনত লেনচ’য়ে কি নিৰ্দেশ দিলে?)

A. Send money through God

B. Send money through mail

C. Don’t send through the mail

D. Come to meet me

Answer: C. Don’t send through the mail

62. What did Lencho think about the post office staff? (লেনচ’য়ে ডাকঘৰৰ কৰ্মচাৰীসকলৰ বিষয়ে কি ভাবিছিল?)

A. They were helpful (তেওঁলোকে সহায় কৰিছিল)

B. They were honest (তেওঁলোকে সৎ)

C. They had stolen the money (সিহঁতে টকাখিনি চুৰি কৰিছিল)

D. They ignored him (তেওঁলোকে লেনচ’ক উপেক্ষা কৰিছিল)

Answer: C. They had stolen the money

63. To whom did Lencho continue to have full faith? (লেনচ’ৰ কাকলৈ পূৰ্ণ বিশ্বাস আছিল?)

A. Postmaster

B. God

C. Government

D. His family

Answer: B. God

64. What was ironic in Lencho’s second letter? (লেনচ’ৰ দ্বিতীয় চিঠিখনত কি বিদ্ৰূপ আছিল?)

A. He thanked the thieves (তেওঁ চোৰক ধন্যবাদ দিলে)

B. He blamed the very people who helped him

C. He got more money (তেওঁ অধিক ধন পাইছিল)

D. He asked God to visit him (তেওঁ ঈশ্বৰক আহিবলৈ কৈছিল)

Answer: B. He blamed the very people who helped him (তেওঁ সহায় কৰা মানুহবোৰক দোষ দিলে)

65. What emotion best describes Lencho’s character in the end? (শেষত লেনচ’ৰ চৰিত্ৰক কোনটো অনুভৱে ভালকৈ বর্ণনা কৰে?)

A. Doubtful (সন্দেহজনক)

B. Faithful

C. Ungrateful (অকৃতজ্ঞ)

D. Fearful (ভীত)

Answer: B. Faithful (বিশ্বাসী)

65. Which of the following is a relative pronoun? (তলৰ কোনটো এটা relative pronoun?)

A. where (য’ত)

B. why (কিয়)

C. who (যি/যিয়ে)

D. what (কি)

Answer: C. who

66. What is the purpose of a relative clause? (Relative clause ৰ উদ্দেশ্য কি?)

A. To start a sentence (এটা বাক্য আৰম্ভ কৰিবলৈ)

B. To give extra information about a noun (এটা noun সম্পৰ্কে অতিৰিক্ত তথ্য দিবলৈ)

C. To describe an action (এটা কাৰ্য্য বৰ্ণনা কৰিবলৈ)

D. To replace a verb (এটা verb ৰ ঠাই ল’বলৈ)

Answer: B. To give extra information about a noun

67. Which sentence contains a non-defining relative clause? (তলৰ কোনটো বাক্যত non-defining relative clause আছে?)

A. I saw a bird.

B. Lencho — who knew his fields intimately — looked at the sky.

C. She ran fast.

D. He eats mangoes.

Answer: B. Lencho — who knew his fields intimately — looked at the sky. (লেনচ’ — যিয়ে নিজৰ খেতি ভালদৰে জানে — আকাশলৈ চাই আছিল।)

68. Which punctuation is usually used before and after a non-defining relative clause? (Non-defining relative clause ৰ আগতে আৰু পাছত সাধাৰণতে কোনটো punctuation ব্যৱহাৰ কৰা হয়?)

A. Full stop

B. Colon (:)

C. Comma

D. Semicolon (;)

Answer: C. Comma

67. Which of the following is the correct joined sentence? (তলৰ কোনটো বাক্য শুদ্ধভাবে সংযুক্ত কৰা হৈছে?)

A. I often go to Mumbai which is the commercial capital of India.

B. I often go to Mumbai, it is the commercial capital of India.

C. Mumbai is capital, I go often.

D. I often go to Mumbai, Which is India’s capital.

Answer: A. I often go to Mumbai which is the commercial capital of India.

68. What does ‘non-defining’ mean in relative clauses? (Relative clause ৰ ‘non-defining’ মানে কি?)

A. It defines the noun completely (ই noun ক সম্পূৰ্ণ বৰ্ণনা কৰে)
B. It is not needed to identify the noun (ই noun ক চিনাক্ত কৰাৰ প্ৰয়োজন নাথাকে)
C. It describes the action (ই কাৰ্য্য বৰ্ণনা কৰে)
D. It gives the verb (ই verb দিয়ে)

Answer: B. It is not needed to identify the noun

69. Which relative pronoun is used for a person? (ব্যক্তিৰ বাবে কোনটো relative pronoun ব্যৱহাৰ কৰা হয়?)

A. which (যি বস্তু)

B. where (য’ত)

C. who (যি ব্যক্তি)

D. when (যেতিয়া)

Answer: C. who

70. Which is the correct sentence using ‘who’? (‘Who’ ব্যৱহাৰ কৰি কোনটো বাক্য শুদ্ধ?)

A. My friend who lives in Delhi is a doctor.
B. My friend he is a doctor who lives in Delhi.
C. My friend lives who in Delhi.
D. Who is my friend doctor.

Answer: A. My friend who lives in Delhi is a doctor.

71. Which relative pronoun is used to refer to things? (বস্তুক বৰ্ণনা কৰিবলৈ কোনটো relative pronoun ব্যৱহাৰ কৰা হয়?)

A. who (ব্যক্তি)

B. whom (ব্যক্তি)

C. which (বস্তু)

D. whose (যাৰ)

Answer: C. which

71. Which of the following is a feature of non-defining relative clause? (Non-defining relative clause ৰ বৈশিষ্ট্য তলৰ কোনটো?)

A. No commas are used (কমা ব্যৱহাৰ কৰা নহয়)

B. They are essential for meaning (অর্থৰ বাবে প্ৰয়োজনীয়)

C. They provide additional information (অতিৰিক্ত তথ্য প্ৰদান কৰে)

D. They begin with a verb (verb ৰে আৰম্ভ হয়)

Answer: C. They provide additional information

72. What is a metaphor? (Metaphor বুলিলে কি বুজা?)

A. A direct comparison using ‘like’ or ‘as’ (‘like’ বা ‘as’ ব্যৱহাৰ কৰি পোনেপোনে তুলনা)

B. A word that makes a sound (এটা শব্দ যিয়ে শব্দ উৎপন্ন কৰে)

C. A comparison in which a quality or feature is transferred to another (এটা তুলনা য’ত এটা বস্তুৰ গুণ বা বৈশিষ্ট্য আন এটাত স্থানান্তৰ কৰা হয়)

D. A story with animals (প্ৰাণীৰ সৈতে এটা গল্প)

Answer: C. A comparison in which a quality or feature is transferred to another (এটা তুলনা য’ত এটা বস্তুৰ গুণ বা বৈশিষ্ট্য আন এটাত স্থানান্তৰ কৰা হয়)

73. What is the metaphor used for clouds in the story “A Letter to God?” (এই গল্পখনত মেঘৰ বাবে কোনটো উপমা (metaphor) ব্যৱহাৰ কৰা হৈছে?)

A. Blanket of sky

B. Huge mountains of clouds

C. White animals

D. Cotton balls

Answer: B. Huge Mountains of clouds

74. What quality is being compared when raindrops are called ‘new coins’? (বৰষুণৰ টোপালক ‘new coins’ বুলি ক’লে, কিহৰ গুণৰ তুলনা কৰা হৈছে?)

A. Its roundness

B. Its metallic nature

C. Its shine and value

D. Its weight

Answer: C. Its shine and value

75. What are hailstones compared to in the story “A Letter to God?”? (এই গল্পখনত বৰফৰ দানাক কিহৰ সৈতে তুলনা কৰা হৈছে?)

A. Cotton balls
B. Silver coins

C. Pebbles

D. Drops of milk

Answer: B. Silver coins

76. What does “an ox of a man” suggest about Lencho? (“An ox of a man” এই বাক্যৰ দ্বাৰা লেনচ’ৰ বিষয়ে কি বুজোৱা হৈছে?)

A. He is old (তেওঁ এজন বৃদ্ধ মানুহ)

B. He is very powerful and hardworking (তেওঁ বব শক্তিশালী আৰু পৰিশ্ৰমিক)

C. He likes animals (তেওঁ জন্তু ভাল পায়)

D. He walks slowly (তেওঁ বেছি সময় লৈ চলে)

Answer: B. He is very powerful and hardworking

77. What quality of locusts is compared to an epidemic? (locusts ৰ কোনটো গুণ এটা মহামাৰীৰ সৈতে তুলনা কৰা হৈছে?)

A. Their colour

B. Their noise

C. Their fast and destructive spread

D. Their movement

Answer: C. Their fast and destructive spread

78. Which of the following lines contains a metaphor? (তলৰ কোনটো শাৰীত এটা উপমা (metaphor) আছে?)

A. The flowers were pink. (ফুলবোৰ গুলপীয়া আছিল।)

B. He was as tall as a tree. (তেওঁ গছটোৰ দৰে ওখ।)

C. Clouds were huge mountains (মেঘবোৰ ডাঠ পৰ্বতৰ দৰে আছিল)

D. The river was full. (নদীখন ভৰপূৰ আছিল।)

Answer: C. Clouds were huge mountains

79. Why are metaphors used in literature? (সাহিত্যত উপমা কিয় ব্যৱহাৰ কৰা হয়?)

A. To confuse readers (পাঠকক বিভ্ৰান্ত কৰিবলৈ)

B. To make writing longer (লিখনী দীঘল কৰিবলৈ)

C. To create strong images and comparisons (শক্তিশালী ছবি আৰু তুলনা সৃষ্টি কৰিবলৈ)

D. To explain grammar (ব্যাকৰণ ব্যাখ্যা কৰিবলৈ)

Answer: C. To create strong images and comparisons

Assertion (A) & Reason (R)

80. Assertion (A): Lencho wrote a letter addressed to God. (লেনচ’য়ে ঈশ্বৰক উদ্দেশ্য কৰি এটা চিঠি লিখিছিল।)
Reason (R): He believed only God could help him after the hailstorm destroyed his crops. (শিলা বৰষুণত শস্য নষ্ট হোৱাৰ পাছত তেঁও বিশ্বাস কৰিছিল যে মাথো ঈশ্বৰে সহায় কৰিব পাৰে।)

Options:

A. Both true, R explains A

B. Both true, R does not explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: His direct address to God shows his belief that only Divine aid could save him. (ঈশ্বৰৰ ওচৰত চিঠি দিয়াত তেওঁৰ স্বচ্ছ বিশ্বাস প্ৰতিফলিত কৰে যে মাথো ঈশ্বৰে তেঁওক সহায় কৰিব পাৰে।)

81. Assertion (A): Lencho described the raindrops as “new coins.” (লেনচ’য়ে বৰষুণৰ ধূলিকণা “নতুন মুদ্ৰা” বুলি অভিহিত কৰিছিল।)

Reason (R): He saw rain as a source of livelihood and equated it with wealth. (তেঁও বৰষুণক জীৱিকা উৎস হিচাপে দেখিছিল আৰু ধনৰ সমতুল্য বুলি গণ্য কৰিছিল।)

Options:

A. Both true, R explains A (উভয় সত্য, R‑এ A বুজায়)

B. Both true, R does NOT explain A (উভয় সত্য, R‑এ A নুবুজায়)

C. A is true, R is false (A সত্য, R মিথ্যা)

D. A is false, R is true (A মিথ্যা, R সত্য)

Answer: A

Explanation: The metaphor reveals how crucial rain was to his well-being.

82. Assertion (A): Lencho asked for exactly 100 pesos. (লেনচ’য়ে ঠিক ১০০ পেছো অনুৰোধ কৰিছিল।)
Reason (R): That amount was calculated to replant the fields and sustain his family. (পৰিয়ালক পালন আৰু নতুনকৈ খেতিৰ বাবে তেওঁ ধন খিনি গণনা কৰিছিল।)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: His request reflects pragmatic thinking intertwined with faith. (তেওঁ বাস্তবিক গণনা কৰি ঈশ্বৰ বিশ্বাসক বাস্তব কৰন হিচাপে সংলগ্ন কৰিছিল।)

83. Assertion (A): Lencho did not question the source of the money received. (লেনচো’ পোৱা টকাৰ উৎসত কোনো সন্দেহ কৰা নাছিল।)
Reason (R): He was confident it was from God’s answer through the mail. (তেওঁ বিশ্বাস কৰিছিল যে ডাকযোগে পোৱা চিঠিখন ভগৱানে পঠাইছে।)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: His acceptance of the gift shows his unwavering faith in divine intervention.

84. Assertion (A): Lencho suspected the postal employees of stealing the remainder. (লেনচ’ বাকী পইচা ডাকঘৰৰ কৰ্মচাৰীয়ে চুৰি কৰিছে বুলি সন্দেহ কৰিছিল।)

Reason (R): He believed God doesn’t make mistakes, so human error was the only logical cause. (তেওঁ বিশ্বাস কৰিছিল ঈশ্বৰ ভুল নকৰিব, সেয়ে বাকী অংশ চুৰিৰ চাঞ্চল্য জনিত হ’ল।)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: His absolute faith ruled out divine error, prompting blame toward people. (ঈশ্বৰৰ প্রতি থকা সম্পূর্ণ বিশ্বাসৰ ফলত তেঁও মনুহক দোষাৰোপ কৰিলে।)

85. Assertion (A): The postmaster signed the envelope as “God.”( ডাকমাষ্টাৰে খামত “God” নামেৰে স্বাক্ষৰ কৰিছিল।)
Reason (R): He feared that revealing the real source might shatter Lencho’s faith. (তেঁও ভয় কৰিছিল যে তেওঁ সত্য বিষয়টো জনা পালে তেওঁৰ ভগৱানৰ ওপৰত থকা বিশ্বাস নষ্ট হৈ যাব পাৰে)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: It’s a compassionate, intentionally protective act of empathy.

86. Assertion (A): The story “A Letter to God highlights irony in human nature. (গল্পটোত মানুহৰ আচৰণত ব্যঙ্গ উন্মোচিত হয়।)

Reason (R): Lencho distrusts those who actually helped him. (লেঞ্চ’ সিহঁতক সন্দেহ কৰিছিল যিসকলে তেওঁক সহায় কৰিছিল।)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: This role reversal invites reflection on judgment and gratitude.

87. Assertion (A): Human kindness can preserve faith even through deception. (মানবিক ব্যবহাৰ বিশ্বাস ৰক্ষা কৰাত সক্ষম, যদিও জনা নথাকে।)

Reason (R): The postmaster’s anonymous contribution protected Lencho’s faith intact. (ডাকমাষ্টাৰে গোপনে সহায় কৰাৰটোৱেই লেনচ’ৰ বিশ্বাস অটল ৰখাত সহায় কৰে।)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: The narrative contrasts pure goodwill against doctrinal literalism

88. Assertion (A): Rational awareness should accompany faith. (যুক্তি-বোধ বিশ্বাসৰ লগত থকা উচিত।)

Reason (R): Lencho never questioned practical aspects like the source of money. (লেনচ’ কেতিয়াও টাকাৰ উৎস বা ইয়াৰ প্রকৃত বিষয়ক সন্দেহ কৰা নাই।)

Options:

A. Both true, R explains A

B. Both true, R does NOT explain A
C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: The story cautions against blind trust without thought.

89. Assertion (A): Compassionate action builds moral strength. (সহানুভূতিপূর্ণ কার্য নৈতিক শক্তি গঠন কৰে।)

Reason (R): The postmaster’s gesture reinforced both Lencho’s faith and his own conscience.

A. Both true, R explains A

B. Both true, R does NOT explain A

C. A is true, R is false

D. A is false, R is true

Answer: A

Explanation: It underscores how ethical empathy bridges belief and reality.

90. Assertion (A): Lencho became angry.

Reason (R): His cornfield was totally destroyed by a hailstorm.

A) Statement ‘A’ is true but statement ‘R’ is false.

B) Statement ‘A’ is false but statement ‘R’ is true.

C) Both statement ‘A’ and ‘R’ are true and ‘R’ is the correct explanation of ‘A’.

D) Both statement ‘A’ and ‘R’ are true but ‘R’ is not the correct explanation of ‘A’.

Conclusion

এই গল্পখনে দেখুৱাইছে যে বিশ্বাসে মানুহক যিকোনো দুখ-কষ্টত আগুৱাই লৈ যাব পাৰে। লেঞ্চোৰ দৰে অটল বিশ্বাসী মানুহৰ বাবে ঈশ্বৰ সদায় আশাৰ প্ৰতীক। লগতে ই আমাৰ সমাজৰ সহানুভূতি, দয়া আৰু একতাকো প্ৰকট কৰে। সেয়ে, “A Letter to God” কেৱল এটা কাহিনী নহয়, ই হৈছে বিশ্বাস আৰু সদয়তাৰ এটা অমূল্য পাঠ।

NCERT Class 10 English Book PDF

CBSE Academics English Resources

Leave a Comment