English Report Writing: Complete Guide with Examples

Introduction শিক্ষাৰ জগতত ইংৰাজী প্ৰতিবেদন লিখন বিশেষ গুৰুত্বপূৰ্ণ। প্ৰতিবেদন এক প্ৰকাৰৰ লিখিত দলিল য’ত কোনো ঘটনা, অনুষ্ঠান, বা অভিজ্ঞতাৰ সঠিক তথ্য সুসংগঠিত ৰূপে প্ৰকাশ কৰা হয়। বিশেষকৈ বিদ্যালয় আৰু কলেজৰ ছাত্ৰছত্ৰী, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থী আৰু চাকৰিৰ প্ৰাৰ্থীৰ বাবে English Report Writing শিকাটো অত্যন্ত জৰুৰী। সঠিক প্ৰতিবেদন লিখিবলৈ গঠন, ভাষা, শীৰ্ষক সম্পৰ্কে সঠিক জ্ঞান থকাটো অতি … Read more