Springtime Splendour Class 8: Best Answers & MCQs for Lesson 11

Springtime Splendour Class 8 is an engaging lesson about the joys of spring and the festival of Rongali Bihu. In this blog, you’ll find clear Q&A, Important multiple-choice questions (MCQs), and activities, Diary Writing, Extra Questions to deepen your understanding of the lesson. The lesson follows Rihon’s diary entries as he experiences the beauty of spring and the lively Rongali Bihu celebrations in his village. It’s written in simple, student-friendly language to make learning easy and enjoyable. Explore the lesson through interactive exercises and tasks designed especially for Class 8 students.

পাঠটোৰ সাৰাংশ

এই পাঠটোৰ নাম ‘Springtime Splendour’। এই গল্পটোত ৰিহন নামৰ ল’ৰাজনে তেওঁৰ ডায়েৰীত বসন্ত ঋতুৰ ধুনীয়া বৰ্ণনা কৰিছে। গছ-গছনি, ফুলেৰে ভৰি উঠা পৰিবেশ আৰু চৰাইবোৰ মধুৰ গান গায়। ৰিহনে লিখিছে যে ৰঙালী বিহুৰ দিনত গাঁওখন উৎসৱমুখী হৈ উঠে; নতুন কাপোৰ পিন্ধি, পিঠা-লাড়ু সাজি, ধোল-বাদ্য-নৃত্যৰে সকলোৱে একলগ হৈ আনন্দ উদযাপন কৰে। এইদৰে গল্পটোৱে আমাক দেখুৱায় যে গাঁওবাসী মানুহসকলে কেনেকৈ বসন্ত ঋতুক উৎসৱৰ দৰে উদযাপন কৰে, য’ত প্ৰকৃতি আৰু পৰম্পৰা উভয়ে মিলি আনন্দ প্ৰদান কৰে।

Comprehension

1. Answer the following questions in complete sentences.

Q:a) What type of boy is Rihon?

প্ৰশ্ন: ৰিহন এজন কেনেকুৱা ল’ৰা?

Answer: Rihon is an ordinary boy who has an extraordinary habit of writing regularly in his diary.

উত্তৰ: ৰিহন এজন সাধাৰণ ল’ৰা, কিন্তু তেওঁৰ এটা বেলেগ আচৰণ আছে যে তেওঁ নিয়মীয়াকৈ নিজৰ ডায়েৰীত লিখে।

Q:b) How does Rihon feel at the advent of spring?

প্ৰশ্ন: বসন্তৰ আগমনত ৰিহনে কেনেকুৱা অনুভৱ কৰে?

Answer: Rihon feels happy and refreshed; the beauty and fragrance of spring lift his spirits.

উত্তৰ: বসন্ত আগমনৰ লগে লগে ৰিহনে আনন্দিত আৰু উৎসাহিত অনুভৱ কৰে; বসন্তৰ সৌন্দৰ্য আৰু সুবাসে তেওঁৰ মন উৎফুল্লিত কৰি তোলে।

Q:c) What has Rihon been eagerly waiting for?

প্ৰশ্ন: ৰিহনে কি উদ্দেশ্যে অতি উৎসাহেৰে অপেক্ষা কৰিছিল?

Answer: Rihon has been eagerly waiting to go to his ancestral village to celebrate Rongali Bihu.

উত্তৰ: ৰিহনে ৰঙালি বিহু উদযাপন কৰিবলৈ তেওঁৰ পৈতৃক গাঁৱলৈ যাবলৈ বৰ উৎসাহেৰে অপেক্ষা কৰিছিল।

Q:d) How does Rihon describe his drive to his village?

প্ৰশ্ন: ৰিহনে তেওঁৰ গাঁৱলৈ কৰা যাত্ৰাটোক কেনেকুৱা বুলি বৰ্ণনা কৰিছে?

Answer: He describes the drive as an adventure with winding roads, lush green fields, the sweet scent of flowers and freshly cut grass, and the pleasant smell of rain-soaked earth.

উত্তৰ: ৰিহনে এই যাত্ৰাটোক এটা সাহসিক অভিযান হিচাপে বৰ্ণনা কৰিছে, আঁকোৰগোজ পথ, সতেজ সেউজীয়া পথাৰ, ফুলৰ মিঠা সুবাস আৰু কটা ঘাঁহৰ সুগন্ধ, আৰু বৰষুণত তিতি থকা মাটিৰ সুখদায়ক গোন্ধটোৱে যাত্ৰাটোক মনোৰম কৰি তুলিছে।

Q:e) What are the things Rihon got to learn from his grandmother about Rongali Bihu?

প্ৰশ্ন: ৰিহনে তেওঁৰ আইতাৰ পৰা ৰঙালি বিহুৰ বিষয়ে কি কি শিকিলে?

Answer: From his grandmother he learns that Rongali Bihu is a festival of the village people connected with cultivation, it brings peace, happiness and prosperity, and it is celebrated for seven days with different rituals.

উত্তৰ: তেওঁৰ আইতাৰ পৰা তেওঁ শিকিলে যে ৰঙালি বিহু হ’ল গাঁওৰ লোকসকলৰ উৎসৱ, যি প্ৰধানকৈ কৃষিকাৰ্যৰ লগত জড়িত; এই উৎসৱে শান্তি, সুখ, আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনে; আৰু ই সাত দিন ধৰি বিভিন্ন অনুষ্ঠানৰ মাজেৰে পালন কৰা হয়।

Q:f) Which Bihu is celebrated on the first day of Rongali Bihu?

প্ৰশ্ন: ৰঙালি বিহুৰ প্ৰথম দিনটোত কি বিহু পালন কৰা হয়?

Answer: The first day of Rongali Bihu is Goru Bihu, the day when people take care of and worship their cattle.

উত্তৰ: ৰঙালি বিহুৰ প্ৰথম দিনটো হৈছে গৰু বিহু, এই দিনত মানুহে নিজৰ গবাদি পশুৰ পৰিচৰ্যা কৰে আৰু সিহঁতৰ পবিত্ৰাক মান্যতা দিয়ে।

Q:g) Name the Bihus celebrated on the fifth, sixth, and final day of Rongali Bihu.

প্ৰশ্ন: পম দিন, ষষ্ঠ দিন আৰু অন্তিম দিনত কি কি বিহু পালন কৰা হয় তাৰ নাম লিখা।

Answer: The fifth day is Senehi Bihu, the sixth day is Mela Bihu, and the final day is Chera Bihu.

উত্তৰ: পাঁঞ্চম দিনটো হৈছে চেনেহি বিহু, ষষ্ঠ দিনটো হৈছে মেলা বিহু, আৰু শেষ দিনটো হৈছে চেৰা বিহু।

2. Write a short note on Manuh Bihu.

প্ৰশ্ন: মানুহ বিহু সম্পৰ্কে সংক্ষিপ্ত টোকা লিখা।

Answer: Manuh Bihu is observed on a day of Rongali Bihu dedicated to celebrating human life. On this day people wear new clothes, visit family and the namghar to seek blessings, and exchange greetings as they celebrate health and togetherness.

উত্তৰ: মানুহ বিহু হৈছে ৰঙালি বিহুৰ এটা দিনত উদযাপন কৰা এটা বিহু, যিটো মানুহৰ জীৱন উদযাপনৰ ওপৰত উৎসৰ্গিত। এই দিনত মানুহে নতুন কাপোৰ পিন্ধে, পৰিয়ালৰ সদস্যৰ সৈতে মিলিত হয় আৰু নামঘৰত আশীৰ্বাদ বিচাৰে, আৰু স্বাস্থ্য আৰু একতাবোধ উদযাপন কৰি পৰস্পৰে শুভেচ্ছা বিনিময় কৰে।

3. Write briefly about the things that caught Rihon’s eye as he reached his village.

প্ৰশ্ন: ৰিহনে গাঁৱত পোৱাৰ পিছত কি কি বস্তু তেওঁৰ চকুত পৰিছিল সেয়া সংক্ষেপে লিখা।

Answer: As Rihon reached his village he saw orchids and many flowers such as tagar, nahar and keteki, the village bustling with people, the sound of dhol and pepa, people practising the Bihu dance, his cousins and aunts applying jetuka, and the tempting aroma of laru and pithas.

উত্তৰ: যেতিয়া ৰিহনে গাঁৱত উপস্থিত হৈছিল, তেতিয়া তেওঁ অৰ্চিড আৰু টগৰ, নাহৰ, কেতেকী আদি বহু ফুল দেখিছিল; গাঁৱখন মানুহৰ ব্যস্ততাপূৰ্ণ পৰিৱশৰে পৰিপূৰ্ণ আছিল; ঢ’ল আৰু পেপাৰ শব্দ শুণিছিল; মানুহে বিহু নৃত্য অনুশীলন কৰি আছিল; তেওঁৰ বৰ বাপেকৰ বা দাদায়েকৰ ছোৱালী আৰু আইতাই হাত তালুত জেতুকা মাখি আছিল; আৰু লাড়ু আৰু পিঠাৰ মনোমোহা সুবাস ৰোৱাইছিল।

4. State whether the following sentences are true or false.

Q:a) Rihon’s diary is his confidant, his closest friend.

প্ৰশ্ন: ৰিহনৰ ডায়েৰী তেওঁৰ আত্মবিশ্বাসী, তেওঁৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু।

Answer: True. (Because in the Lesson it says the diary is more than a book and is Rihon’s closest friend.)

উত্তৰ: সত্য। (কাৰণ পাঠটোত কোৱা হৈছে যে ডায়েৰীটো মাথোন এখন কিতাপ নহয়, ই ৰিহনৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু।)

Q:b) The beauty of the spring season never fails to lift Rihon’s spirit.

প্ৰশ্ন: বসন্তকালৰ সৌন্দৰ্যই কেতিয়াও ৰিহনৰ মন উল্লসিত কৰাত ব্যৰ্থ নহয়।

Answer: True. (Because in the Lesson Rihon says the season always lift his spirit.)

উত্তৰ: সত্য। (কাৰণ পাঠটোত ৰিহনে কৈছে যে ঋতুৱে সদায় তেওঁৰ মন উল্লসিত কৰি তোলে।)

Q:c) Rihon didn’t get the opportunity to go to perform ‘Huchori’.

প্ৰশ্ন: ৰিহনে হুচৰি পালন কৰাৰ বা গোৱাৰ সুযোগ নাপালে।

Answer: False. (Because Rihon got to perform Huchori with the village children.)

উত্তৰ: মিছা। (কাৰণ ৰিহনে গাঁৱৰ শিশুসকলৰ লগত হুচৰি কৰিছিল বা গাইছিল আৰু সেইটোৰ সুযোগ পাইছিল।)

Q:d) Rihon came back with a heavy heart.

প্ৰশ্ন: ৰিহনে এটা গভীৰ হৃদয় লৈ উভতি আহিছিল।

Answer: True. (সত্য।)

Q:e) Mukoli Bihu is performed by the aged people in open fields.

প্ৰশ্ন: মুকলি বিহু মুকলি পথাৰত বয়োজ্যেষ্ঠ লোকসকলৰ দ্বাৰা পালন কৰা হয়।

Answer: False. (Because Mukoli Bihu is performed by unmarried girls and boys in open fields.)

উত্তৰ: মিছা। (কাৰণ মুকলি বিহু মুকলি পথাৰত অবিবাহিত ছোৱালী আৰু ল’ৰাবোৰৰ (যুৱক-যুৱতীৰ) দ্বাৰা পালন কৰা হয়।)

Activities1:

Change the following affirmative sentences to negative sentences:

Q:a) Mia and Gabriel ride their bikes in the park.

প্ৰশ্ন: মিয়া আৰু গাব্ৰিয়েল উদ্যানত তেওঁলোকৰ বাইক চলায়।

Negative: Mia and Gabriel do not ride their bikes in the park.

নাবোধক: মিয়া আৰু গাব্ৰিয়েল উদ্যানত তেওঁলোকৰ বাইক নচলায়।

Q:b) I work hard all week.

প্ৰশ্ন: মই সাপ্তাহটোতে কঠোৰ পৰিশ্ৰম কৰোঁ।

Negative: I do not work hard all week.

নাবোধক: মই সাপ্তাহটোতে কঠোৰ পৰিশ্ৰম নকৰোঁ।

Q:c) On Sunday afternoons I work less.

প্ৰশ্ন: দেওবাৰ আবেলি মই কম কাম কৰোঁ।

Negative: On Sunday afternoons I do not work less.

নাবোধক: দেওঁবাৰ আবেলি মই কম কাম নকৰোঁ।

Q:d) The workers stop working at 4.30 pm.

প্ৰশ্ন: শ্রমিকসকলে সন্ধিয়া ৪.৩০ বজাত কাম বন্ধ কৰে।

Negative: The workers do not stop working at 4.30 pm.

নাবোধক: শ্রমিকসকলে সন্ধিয়া ৪.৩০ বজাত কাম বন্ধ নকৰে।

Q:e) The manager asks his assistant to help with the drinks.

প্ৰশ্ন: মেনেজাৰে তেওঁৰ সহকৰ্মীক তেওঁৰ লগত পনীয়া আহাৰত সহযোগ কৰিবলৈ কয়।

Negative: The manager does not ask his assistant to help with the drinks.

নাবোধক: মেনেজাৰে তেওঁৰ সহকৰ্মীক তেওঁৰ লগত পনীয়া আহাৰত সহযোগ কৰিবলৈ নকয়।

Q:f) They go home for the weekend.

প্ৰশ্ন: তেওঁলোকে সপ্তাহান্তৰ বাবে ঘৰলৈ যায়।

Negative: They do not go home for the weekend.

নাবোধক: তেওঁলোকে সপ্তাহান্তৰ বাবে ঘৰলৈ নযায়।

Activity 2:

Change the following affirmative sentences into negative Sentences.

Q:a) Samir celebrated his birthday yesterday.

প্ৰশ্ন: সমিৰে কাইলৈ তেওঁৰ জন্মদিন উদযাপন কৰিছিল।

Negative: Samir did not celebrate his birthday yesterday.

নাবোধক: সমিৰে কাইলৈ তেওঁৰ জন্মদিন উদযাপন কৰা নাছিল।

Q:b) He took a day off from work.

প্ৰশ্ন: তেওঁ কামৰ পৰা এটা দিনৰ বিশ্ৰাম লৈছিল।

Negative: He did not take a day off from work.

নাবোধক: তেওঁ কামৰ পৰা এটা দিনৰ বিশ্ৰাম লোৱা নাছিল।

Q:c) He took his mother out for lunch.

প্ৰশ্ন: তেওঁ তেওঁৰ মাকক দুপৰীয়াৰ আহাৰ খাবলৈ লৈ গৈছিল।

Negative: He did not take his mother out for lunch.

নাবোধক: তেওঁ তেওঁৰ মাকক দুপৰীয়াৰ আহাৰ খাবলৈ লৈ যোৱা নাছিল।

Q:d) He lay on the beach all afternoon.

প্ৰশ্ন: তেওঁ দিনটো সাগৰৰ পাৰত শুই থাকিল।

Negative: He did not lie on the beach all afternoon.

নাবোধক: তেওঁ দিনটো সাগৰৰ পাৰত শুই নাথাকিল।

Q:e) We threw a party for Raktim in the evening.

প্ৰশ্ন: আমি ৰক্তিমৰ বাবে নিশাত এটা পাৰ্টি দিছিলোঁ।

Negative: We did not throw a party for Raktim in the evening.

নাবোধক: আমি ৰক্তিমৰ বাবে নিশাত পাৰ্টি দিয়া নাছিলো।

Q:f) They danced and laughed until very late.

প্ৰশ্ন: তেওঁলোকে বহুত পলম হোৱালৈকে নাচিছিল আৰু হাহিছিল।

Negative: They did not dance and laugh until very late.

নাবোধক: তেওঁলোকে বহুত পলম হোৱালৈকে নাচি আৰু হাঁহি নাছিল।

Activity 3:

Change the following affirmative sentences into interrogative Sentences.

Q:a) His parents arrived yesterday.

প্ৰশ্ন: তেওঁৰ মা-দেউতা কাইলৈ আহিছিল।

Interrogative: Did his parents arrive yesterday?

প্ৰশ্নবোধক: তেওঁৰ মা-দেউতা কাইলৈ আহিছিল নে?

Q:b) Our team won the championship.

প্ৰশ্ন: আমাৰ দলটোয়ে চেম্পিয়নশ্বিপ জিকিছিল।

Interrogative: Did our team win the championship?

প্ৰশ্নবোধক: আমাৰ টিমে চেম্পিয়নশ্বিপ জিকিছিলনে?

Q:c) James left school at fourteen.

প্ৰশ্ন: জেমছে চৈধ্য বছৰ বয়সত স্কুল এৰি গৈছিল।

Interrogative: Did James leave school at fourteen?

প্ৰশ্নবোধক: জেমছে চৈধ্য বছৰ বয়সত স্কুল এৰি যোৱা নাছিলনে?

Q:d) The boys applauded the players.

প্ৰশ্ন: ল’ৰাসকলে খেলুৱৈসকলক তালি দিছিল।

Interrogative: Did the boys applaud the players?

প্ৰশ্নবোধক: ল’ৰাসকলে খেলুৱৈসকলক তালি দিছিলনে?

Q:e) He accused her of poisoning his dog.

প্ৰশ্ন: তেওঁ তেওঁৰ কুকুৰক বিষ খুৱাইছিল বুলি তাক অভিযোগ কৰিছিল।

Interrogative: Did he accuse her of poisoning his dog?

প্ৰশ্নবোধক: তেওঁ তেওঁৰ কুকুৰক বিষ খুৱাইছিল বুলি তাক অভিযোগ কৰিছিলনে?

Q:f) She saved money by giving up cigarettes.

প্ৰশ্ন: তেওঁ চিগাৰেট ত্যাগ কৰি টকা সাঁচি ৰাখিছিল।

Interrogative: Did she save money by giving up cigarettes?

প্ৰশ্নবোধক: তেওঁ চিগাৰেট ত্যাগ কৰি টকা সাঁচি ৰাখিছিলনে?

Writing Activity:

Students practicing dance drama for Activity Section in Springtime Splendour Class 8 Lesson 11
Students practicing dance drama – Activity Section from Springtime Splendour Class 8 Lesson 11 (Assam Jatiya Bidyalaya)

1. You and your friends are participating in a dance drama to be staged in the annual function of your school. Put your thoughts in your diary regarding the experience during its rehearsal.

প্ৰশ্ন: তুমি আৰু তোমাৰ বন্ধুসকলে বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত মঞ্চত প্ৰদৰ্শণ কৰিবলৈ এটা নৃত্য-নাট্যত অংশ গ্ৰহন কৰিবা। অনুশীলনৰ সময়ছোৱাত তুমি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে ডায়েৰীত লিখা।

Answer:

Date: 10th August, 2025

Wednesday 10:30 P.M.

Dear diary,

Today we had the third rehearsal of our school dance-drama. All of us gathered in the school hall after classes. At first we were nervous, but our teacher encouraged us to try without fear. We practised the steps many times and corrected our mistakes slowly. The costume team came to measure us for the dresses and they showed some props. I enjoyed working with my friends, we laughed a lot but also concentrated hard. The music and lights sounded good during the practice run. I felt tired but happy at the end. I hope our final show will be successful and make our parents proud.

Good Night,

Sangeeta

উত্তৰ:

তাৰিখ: ১০ আগষ্ট, ২০২৫

বুধবাৰ: ১০:৩০ P.M.

প্ৰিয় ডায়েৰী,

আজি আমাৰ বিদ্যালয়ৰ নৃত্য-নাট্যৰ তৃতীয়তম অনুশীলন হৈছিল। ক্লাচ শেষ হোৱাৰ পিছত আমি সকলোৱে স্কুলৰ কোঠাত মিলিত হলোঁ। আৰম্ভণিতে অলপ বেয়া লাগিছিল, কিন্তু আমাৰ শিক্ষকজনে ভয় নকৰিবলৈ আমাক উৎসাহ দিছিল। আমি ষ্টেপবোৰ বহুত বাৰ অনুশীলন কৰিছিলো আৰু লাহে লাহে ভুলবোৰ সংশোধন কৰিলোঁ। পৰিধান আৰু সাজ-সজ্জাৰ দলে আমাক সাজ পিন্ধিবলৈ ক’লে আৰু কিছুমান সাজসামগ্ৰী দেখুৱালে। বন্ধু-বৰ্গৰ লগত কাম কৰি আমি বৰ আনন্দ উপভোগ কৰিলোঁ, আমি যথেষ্ট হাঁহিলোঁ কিন্তু মনোযোগ সহকাৰে কষ্টও কৰিলোঁ। অনুশীলনৰ সময়ত সংগীত আৰু পোহৰ দুয়োটাই বৰ ভাল অনুভৱ হ’ল। শেষত মই ক্লান্ত অনুভৱ কৰিলো কিন্তু লগতে সুখীও অনুভৱ কৰিলোঁ। আশা কৰোঁ আমাৰ প্ৰতিনিধিত্ব সফল হ’ব আৰু অভিভাৱকসকল গৰৱান্বিত হ’ব।

শুভৰাত্ৰি,

সঙ্গীতা

2.You are trying to write a short story for publication in the annual magazine of your school. Write down your thoughts in your diary.

প্ৰশ্ন: তুমি তোমাৰ নিজৰ বিদ্যালয়ৰ বাৰ্ষিক পত্রিকাত প্ৰকাশৰ বাবে এটা সংক্ষিপ্ত কাহিনী লিখাৰ চেষ্টা কৰিছা। তুমি তোমাৰ চিন্তাখিনি ডায়েৰীত লিখা।

Answer:

Date: 15th September, 2025

Thursday, 9:00 P.M.

Dear diary,

Today I planned a short story for our school magazine. I chose a simple idea about a child who learns to help others. I made a short outline with a beginning, a problem, and a happy ending. Then I wrote three paragraphs and checked the words. My teacher read the draft and gave me helpful suggestions about making the characters stronger and adding small details. I changed some lines and improved the ending. Writing the story made me think deeply about kindness and friendship. I feel proud that my story may appear in the school magazine. I will re-read it once more before final submission.

Good Night,

Arati

তাৰিখ: ১৫ ছেপ্তেমবৰ, ২০২৫

বৃহস্পতিবাৰ, ০৯:০০

প্ৰিয় ডায়েৰী,

আজি মই আমাৰ বিদ্যালয়ৰ বাৰ্ষিক পত্রিকাত প্ৰকাশৰ বাবে এটা সংক্ষিপ্ত কাহিনী পৰিকল্পনা কৰিলোঁ। মই এটা সহজ ধাৰণা বাছি ল’লোঁ, এটি শিশুৰ কাহিনী যিয়ে আনক সহায় কৰিবলৈ শিকে। মই কাহিনীটো এটা চুটি আৰম্ভণি, এটা সমস্যা আৰু এটা আনন্দিত সমাপ্তিৰে এখন সংক্ষিপ্ত খচৰা বনালোঁ। তাৰ পিছত মই তিনিটা অনুচ্ছেদ লিখিলোঁ আৰু শব্দবোৰ পৰীক্ষা কৰিলোঁ। মোৰ শিক্ষকে খচৰাটো পঢ়ি চৰিত্ৰবোৰ শক্তিশালী কৰিবলৈ আৰু সৰু-সৰু বিৱৰণ যোগ কৰিবলৈ সহায়ক পৰামৰ্শ দিলে। মই কিছুমান বাক্য পৰিবৰ্তন কৰিলো আৰু সামৰণিটো ভালেদৰে সাজু কৰিলোঁ। কাহিনীটো লিখোতে মই আৰু অধিক গভীৰভাৱে সহানুভূতি আৰু বন্ধুত্বৰ বিষয়ে ভাবিবলৈ শিকিলোঁ। মোৰ কাহিনীটো স্কুল পত্রিকাত প্ৰকাশ পোৱাৰ সম্ভাৱনাত মই গৰ্বান্বিত অনুভৱ কৰিলোঁ। মই কাহিনীটো শেষ কৰাৰ আগতে মই কাহিনিটো আকৌ এবাৰ পঢ়িম।

শুভৰাত্ৰি,

আৰতি

Extra/Additional Questions With Answers

1 Mark Bearing Questions

1. Who wrote the diary?

ডায়েৰীটো কোনে লিখিছিল?

Answer: The diary was written by Rihon.

উত্তৰ: ডায়েৰীটো ৰিহনে লিখিছিল।

2. On which date does the first diary entry appear?

ডায়েৰী লিখাৰ প্ৰথম আৰম্ভনি কোন তাৰিখে আৰম্ভ কৰা হৈছে?

Answer: The first diary entry is dated April 2, 2023.

উত্তৰ: ডায়েৰী লিখাৰ প্ৰথম আৰম্ভনি April 2, 2023 তাৰিখে আৰম্ভ কৰা হৈছে?

3. Name one musical instrument mentioned in the lesson.

পাঠটোত উল্লেখ কৰা এটা বাদ্যযন্ত্ৰৰ নাম লিখা।

Answer: One instrument mentioned in the lesson is the dhol.

উত্তৰ: পাঠটোত উল্লেখ কৰা এটা বাদ্যযন্ত্ৰ হৈছে ঢোল

4. Who performs Mukoli Bihu?

মুকলি বিহু কাৰ দ্বাৰা পালন কৰা হয়?

Answer: Mukoli Bihu is performed by unmarried girls and boys.

উত্তৰ: মুকলি বিহু অবিবাহিত ছোৱালী আৰু ল’ৰাবোৰৰ দ্বাৰা পালন কৰা হয়।

5. Name one traditional sweet mentioned in the lesson.

পাঠটোত উল্লেখ কৰা এটা পৰম্পৰাগত মিঠাইৰ নাম লিখা।

Answer: One traditional sweet mentioned in the lesson is Laru.

উত্তৰ: পাঠটোত উল্লেখ কৰা এটা পৰম্পৰাগত মিঠাইৰ নাম লাৰু।

2 marks Bearing questions With Answers

1. Describe Goru Bihu in two sentences.

গৰু বিহুৰ বিষয়ে দুটা বাক্যত বৰ্ণনা কৰা।

Answer: Goru Bihu is the first day of Rongali Bihu when people take care of and worship their cattle. On this day villagers bathe the cattle, clean them, decorate them and pray for their health and strength.

উত্তৰ: গৰু বিহু হৈছে ৰঙালি বিহুৰ প্ৰথম দিন, য’ত মানুহে নিজৰ গবাদি পশুৰ যত্ন লয় আৰু সিহঁতক পূজা কৰে। এই দিনটোত মানুসকলে গৰুবোৰক গা-ধোৱাই দিয়ে, সিহঁতক সজাবলৈ সাজ-পোছাক পিন্ধাই দিয়ে আৰু গৰুৰ স্বাস্থ্য আৰু শক্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা কৰে।

2. Why is Rongali Bihu important to village people? Give two reasons.

গাঁওৰ মানুহসকলৰ বাবে ৰঙালি বিহু কিয় গুৰুত্বপূৰ্ণ। দুটা কাৰণ দৰ্শোৱা।

Answer: Rongali Bihu marks the season of cultivation and brings people together to pray for a good harvest and prosperity. It also strengthens social bonds through shared rituals, dances and visits among family and neighbours.

উত্তৰ: ৰঙালি বিহু কৃষিকাৰ্যৰ সময়সূচীক সূচায় আৰু ভাল ফচল আৰু সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। ইয়াৰ লগত পৰিয়াল আৰু পৰিসৰৰ মানুহে একতাৰে বিভিন্ন আচাৰ-অনুষ্ঠান, নৃত্য-গীত আৰু সাক্ষাতেৰে সামাজিক বন্ধন শক্তশালী কৰি তোলে।

Leave a Comment