Interest gives energy and direction at the same time. It reduces boredom, builds patience, and makes memory stronger because the brain remembers what it enjoys. Students who follow their interest ask better questions, think creatively, and complete tasks with less pressure.
Importance of Interest in Our Life
Interest plays a very important role in our life. When we have interest in something, we give our best effort to do it. Interest makes our work enjoyable and helps us to learn new things easily. For example, a student who has interest in reading will always read more and understand better than one who studies without interest. Interest also gives us energy and motivation to overcome difficulties. Without interest, any work becomes boring and difficult to complete. Therefore, interest is like a light that guides us towards success and happiness. In short, interest is the key to achieve our goals and to live a meaningful life.
Assamese Translation
আমাৰ জীৱনত আগ্ৰহৰ গুৰুত্ব
আগ্ৰহ আমাৰ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ। আমি যি কামত আগ্ৰহ ৰাখোঁ, সেই কামত আমি সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা দিওঁ। আগ্ৰহ থাকিলে কামটো আনন্দময় হৈ পৰে আৰু আমি সহজে নতুন নতুন বস্তু শিকিব পাৰোঁ। উদাহৰণস্বৰূপে, এজন ছাত্ৰৰ যদি পঢ়াত আগ্ৰহ থাকে, তেতিয়া সি সদায় অধিক সময় পঢ়িব আৰু মনোযোগেৰে বুজিব, কিন্তু আগ্ৰহ নথকা এজন ছাত্ৰৰ বাবে সেই কাম খুবেই কঠিন হৈ পৰিব। আগ্ৰহ আমাৰ মনত শক্তি আৰু উৎসাহ যোগায়, যাৰ সহায়ত আমি যি কোনো কঠিন কাম অতি সহজে কৰিব পাৰোঁ। আগ্ৰহ নথকা অৱস্থাত যে কোনো কাম সম্পূৰ্ণ কৰাত অৱহেলাত পৰিণত হয়। সঁচাকৈয়ে আগ্ৰহ হৈছে সেই পোহৰ যি পথ দেখুৱাই দি আমাক সফলতা আৰু সুখৰ দিশত লৈ যায়। সংক্ষেপে ক’ব গ’লে, আগ্ৰহ হৈছে লক্ষ্য পূৰণ কৰাৰ চাবি আৰু জীৱনক অৰ্থপূৰ্ণ কৰি তোলাৰ এক মহান শক্তি।
Conclusion
In conclusion, we can say that interest is the true driving force of human life. It gives us the courage to face challenges and the motivation to keep moving forward even when situations are difficult. When we have interest in our studies, work, or any activity, we never feel tired or discouraged; instead, we enjoy every step of the journey. Interest develops our hidden talents, shapes our personality, and helps us reach our goals with confidence. Without interest, life loses its charm and becomes a burden, but with interest, even the hardest task turns into a joyful experience. Therefore, if we wish to live a meaningful, successful, and happy life, we must always follow our interest and nurture it with hard work and dedication.
Answer: It is when harmful gases and tiny particles mix with the air we breathe.
2. Which sources cause most air pollution?
Answer: Vehicle smoke, factories, burning waste, and indoor smoke from firewood.
3.How can students help?
Answer: Avoid burning garbage, plant trees, use cycles or public transport, and spread awareness.
পৰীক্ষাৰ প্ৰস্তুতিৰ সহজ পৰামৰ্শ
পৰীক্ষা জীৱনৰ এটা গুৰুত্বপূর্ণ পৰ্ব। ভালকৈ প্ৰস্তুতি ললে পৰীক্ষাত সফল হোৱাটো অতি সহজ হয়। প্ৰথমতে এটা সময়সূচী বনাব লাগে। প্রতিদিনে কোন বিষয় কিমান সময় অধ্যয়ন কৰিবা সেইটো আগতেই স্থিৰ কৰা উচিত। অধ্যয়ন সময়ত মন একাগ্ৰ কৰি পঢ়া আৰু যি বিষয়ত দুর্বল লাগে সেইটো বেছি সময় দি অনুশীলন কৰা উচিত।
প্ৰতিদিনে অলপ সময় লৈ পুনৰাবৃত্তি কৰাটো অতি প্ৰয়োজনীয়। লিখি লিখি অনুশীলন কৰিলে স্মৃতি শক্তি মজবুত হয়। অধিক পৰিমাণে প্ৰশ্নোত্তৰ অনুশীলন কৰিলে পৰীক্ষাত উত্তৰ লিখিবলৈ সহজ হয়।
অধ্যয়ন কৰাৰ মাজত অল্প বিশ্রাম ল’ব লাগে যাতে মন সতেজ থাকে। পৰ্যাপ্ত টোপনি, স্বাস্থ্যকৰ আহাৰ আৰু নিয়মিত ব্যায়ামও পৰীক্ষাৰ সময়ত অতি দৰকাৰী।
অৱশেষত, পৰীক্ষাত ভয় বা উৎকণ্ঠা কৰিব নালাগে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু শান্ত মনেৰে পৰীক্ষা দিব লাগে। মনত ৰাখিবা – অধ্যৱসায়, সময়ৰ সঠিক ব্যৱহাৰ আৰু একাগ্ৰতাই পৰীক্ষাত সফলতাৰ সোপান।
কঠিন বিষয়ত ভাল হোৱাৰ উপায়
যি বিষয়ক আমি কঠিন বুলি ভাবো, সেই বিষয়ত ভয় কৰিব নালাগে। প্ৰথমত মনোবল দৃঢ় কৰিব লাগিব আৰু ভাবিব লাগিব – “এই বিষয়টোও মই শিকিব পাৰিম।”
প্ৰথমতে মূল ভিত্তি বা বুনিয়াদি অংশবোৰ ভালকৈ বুজি ল’ব লাগে। শিক্ষক বা বন্ধুজনৰ পৰা যি অংশ বুজি নপাও সেইবোৰ সুধিব লাগে। বুজা নোহোৱা অংশ এৰি আগবাঢ়িলে বিষয়টোৰ ওপৰত ভয় বাঢ়ে।
প্ৰতিদিনে অলপ অলপ কৰি নিয়মিত অনুশীলন কৰাটো অতি জৰুৰী। লিখি লিখি চর্চা কৰিলে স্মৃতি শক্তি মজবুত হয় আৰু যি অংশ কঠিন লাগে সেয়া সহজ লাগে।
অতিৰিক্ত সময় কঠিন বিষয়ত দিব লাগে, আৰু যি অংশত ভুল হয় সেইবোৰ পুনৰাবৃত্তি কৰি ঠিক কৰি লৈ যাব লাগে।
সবাতোকৈ গুৰুত্বপূর্ণ কথা হ’ল ধৈৰ্য্য আৰু চেষ্টা। কেতিয়াও হতাশ হ’ব নালাগে। অধ্যৱসায় আৰু মনোযোগ থাকিলে কঠিন বিষয়ও সহজ হৈ পৰে আৰু সেই বিষয়ত আমি নিশ্চয় সফল হব পাৰো।