1) Who banned the playing of the pungi in the royal residence? (পুঁগী বাদ্যযন্ত্ৰটো ৰাজপ্ৰাসাদত বজাবলৈ কোনে নিষেধ কৰিছিল?)
2) The Second World War Broke out in ____ . (দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল?)
3) Why did Emperor Aurangzeb ban the pungi? (সম্ৰাট ঔৰংজেবে পুঁগী কিয় নিষিদ্ধ কৰিছিল?)
4) Why was the instrument given the name 'shehnai'? (বাদ্যযন্ত্ৰটোলৈ 'শেহনাই' নামটো কিয় দিয়া হৈছিল?)
5) What was the shehnai considered to be? (শেহনাইক কি হিচাপে বিবেচনা কৰা হৈছিল?)
6) In the past, where was the shehnai mainly played? (অতীতত শেহনাই বিশেষকৈ ক'ত বজোৱা হৈছিল?)
7) Who brought the shehnai onto the classical stage? (শেহনাইটো ক্লাচিকেল মঞ্চত কোনে লৈ আহিছিল?)
8) At the age of five, what game did Bismillah Khan play near a pond in Dumraon? (পাঁচ বছৰৰ বয়সত বিছমিল্লাহ খানে দুমৰাঁওৰ এখন পুখুৰীৰ কাষত কোনটো খেল খেলিছিল?)
9) What reward did Bismillah Khan receive for singing at the Biharji temple? (বিহাৰজী মন্দিৰত গান গাই বিছমিল্লা খানে কি পুৰস্কাৰ লাভ কৰিছিল?)
10) When was Bismillah Khan born? (বিছনিল্লা খানৰ জন্ম কেতিয়া হৈছিল?)
11) Who was Rasool Bux Khan? (ৰাছুল বক্স খান কোন আছিল?)
12) At what age did Bismillah Khan start showing interest in music? (ৰাছুল বক্স খান কোন আছিল?)
13) Who was Bismillah Khan’s uncle who played shehnai at the Vishnu temple of Benaras? (বেনাৰাছৰ বিষ্ণু মন্দিৰত শেহনাই বজোৱা বিছমিল্লা খানৰ ককা কোন আছিল?)
14) Which places became Bismillah Khan’s favourite haunts for practising music? (সংগীত অনুশীলনৰ বাবে বিছমিল্লা খানৰ প্ৰিয় ঠাইবোৰ কি আছিল?)
15) At what age did Bismillah Khan perform at the Allahabad Music Conference? (বিছমিল্লা খানে আল্লাহাবাদ সংগীত সন্মেলনত কিমান বয়সত সংগীত প্ৰদৰ্শন কৰিছিল?)
16) What was Bismillah Khan’s big break in 1938? (১৯৩৮ চনত বিছমিল্লা খানৰ ডাঙৰ সুযোগটো কি আছিল?)
17) Which Raag did Bismillah Khan play from the Red Fort on 15 August 1947? (১৫ আগষ্ট ১৯৪৭ তাৰিখে ৰেড ফৰ্টৰ পৰা বিছমিল্লা খানে কি ৰাগ বাজাইছিল?)
18) Where was Bismillah Khan’s first trip abroad? (বিছমিল্লা খানৰ প্ৰথম বিদেশ ভ্ৰমণ ক’ত হৈছিল?)
19) Which film director named a film “Gunj Uthi Shehnai” after hearing Bismillah Khan? (বিছমিল্লা খানৰ বাদন শুনি কোন চলচ্চিত্ৰ পৰিচালকে “গুঞ্জ উঠি শেহনাই” নামৰ চলচ্চিত্ৰৰ নামাকৰণ কৰিছিল?)
20. In which year did Ustad Bismillah Khan receive the Bharat Ratna? (উস্তাদ বিসমিল্লাহ খানে চনত ভাৰত ৰত্ন লাভ কৰিছিল?)
21. Which two films featured Ustad Bismillah Khan’s music compositions? (কোন দুখন ছবিত উস্তাদ বিসমিল্লাহ খানে সংগীত প্ৰস্তুত কৰিছিল?)
22. When did Ustad Bismillah Khan pass away? (উস্তাদ বিসমিল্লাহ খান কেতিয়া মৃত্যুবৰণ কৰিছিল?)
23. Where did Ustad Bismillah Khan perform in the United States of America? (উস্তাদ বিসমিল্লাহ খানে আমেৰিকাত ক'ত সংগীত প্ৰদৰ্শন কৰিছিল?)
24. Which of the following awards was NOT given to Ustad Bismillah Khan? (তলত দিয়া কোনটো পুৰস্কাৰ উস্তাদ বিসমিল্লাহ খানক প্ৰদান কৰা হোৱা নাছিল?)
25. Which prestigious award did Ustad Bismillah Khan receive in 2001? (উস্তাদ বিসমিল্লাহ খানে ২০০১ চনত কোনটো গৌৰৱৰ সন্মান লাভ কৰিছিল?)
26. What was Ustad Bismillah Khan’s feeling about Benaras and Dumraon? (বেনাৰাছ আৰু দুম্ৰাওঁৰ প্ৰতি উস্তাদ বিসমিল্লাহ খানৰ কি অনুভৱ আছিল?)
27. Where was an auditorium named after Ustad Bismillah Khan? (উস্তাদ বিসমিল্লাহ খানৰ নামৰ ওপৰত ভিত্তি কৰি কোন ঠাইত এখন অডিটৰিয়ামৰ নামকৰণ কৰা হৈছিল?)
28. Which international festivals did Ustad Bismillah Khan participate in? (কোনবোৰ আন্তঃৰাষ্ট্ৰীয় উৎসৱত উস্তাদ বিসমিল্লাহ খানে অংশগ্ৰহণ কৰিছিল?)
29. What was the reason Ustad Bismillah Khan refused to settle in the USA? (উস্তাদ বিসমিল্লাহ খানে আমেৰিকাত থকাৰ প্ৰস্তাৱ কিয় নাকচ কৰিছিল?)
30. What did Ustad Bismillah Khan miss most while being abroad? (বিদেশত থাকোঁতে উস্তাদ বিসমিল্লাহ খানে কোনটো বস্তু সৰ্বাধিক মনত পেলাইছিল?)