From a Railway Carriage Summary | Q & A | Class 8 English SJB

From a Railway Carriage summary is an important poem in the Class 8 English syllabus of the Assam Jatiya Bidyalaya Board. Written by Robert Louis Stevenson, the poem clearly and beautifully describes the fast-moving scenes seen from a railway train and highlights the swift nature of life of human beings.

In this post, students will find a simple, detailed, and easy-to-understand explanation of “From a Railway Carriage” as well as textual and extra important questions and answers, written in bilingual form (English + Assamese) for better understanding and exam preparation.

From a Railway carriage Summary

The poem “From a Railway Carriage” summary describes what a child sees while travelling very fast in a train. The train moves so quickly that everything outside appears to fly past. The poet says that the train is faster than fairies and witches. Houses, bridges, fields, hills, and plains pass by in a moment. Animals like horses and cattle are seen briefly and then disappear.

As the train rushes forward, many scenes appear for a short time. The poet notices a child gathering brambles, a tramp standing and watching, a field full of green grass, a cart moving slowly on the road, a mill, and a river. All these scenes are seen only for a moment and then they are gone forever.

Through this poem, the poet beautifully shows the speed of the train and how life and nature look like quick pictures when seen from a railway carriage.

From a Railway Carriage Summary (অসমীয়াত)

“From a Railway Carriage” কবিতাটোত ৰেলগাড়ীত বহি যাত্ৰা কৰা এজন শিশুৱে দেখা দৃশ্যবোৰ বৰ্ণনা কৰা হৈছে। ৰেলগাড়ীখন বহুত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ বাবে বাহিৰৰ সকলো বস্তু উৰি যোৱা যেন লাগে। কবিয়ে কৈছে যে ৰেলগাড়ীখন পৰী আৰু ডাইনীৰো তুলনাত অধিক দ্ৰুত। ঘৰ, দলং, পথাৰ, পাহাৰ আৰু সমভূমি মুহূৰ্ততে চকুৰ আগেদি পাৰ হৈ যায়। ঘোঁৰা আৰু গৰু আদিও ক্ষন্তেক সময়ৰ বাবে দেখা গৈ তৎক্ষণাত নাইকিয়া হৈ যায়।

ৰেলগাড়ীখন আগবাঢ়ি যোৱা সময়ত বহু দৃশ্য অলপ সময়ৰ বাবে দেখা যায়। কবিয়ে এটা শিশুক কাঁইটীয়া গছ সংগ্ৰহ কৰা দেখা পায়। এজন ভিখাৰী থিয় হৈ চোৱা দেখা যায়। সেউজীয়া ঘাঁহেৰে ভৰা পথাৰ, লাহে লাহে যোৱা এখন গাড়ী, এটা মিল আৰু এখন নদী দেখা যায়। এই সকলো দৃশ্য ক্ষণিকৰ বাবে দেখা যায় আৰু তাৰ পাছত চিৰদিনৰ বাবে নাইকিয়া হৈ যায়।

এই কবিতাটোৰ জৰিয়তে কবিয়ে ৰেলগাড়ীৰ দ্ৰুতগতি আৰু ৰেলগাড়ীৰ পৰা দেখা জীৱন আৰু প্ৰকৃতিৰ ক্ষণস্থায়ী দৃশ্যবোৰ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে।

এই কবিতাৰ গভীৰ ভাৱ হৈছে জীৱনৰ ক্ষণস্থায়ী স্বভাৱ। ৰেলগাড়ীৰ বাহিৰৰ দৃশ্য যেনেকৈ মুহূৰ্তৰ ভিতৰতে পাৰ হৈ যায়, জীৱনৰ সময়ো তেনেকৈ দ্ৰুতগতিত আগবঢ়ে। একো বস্তু স্থায়ী নহয়। যদি আমি মন দি নাচাওঁ, তেন্তে সেই মুহূৰ্তবোৰ চিৰদিনৰ বাবে হেৰাই যায়।

From a Railway Carriage Summary

Comprehension:

a) Who is the poet of the poem “From a Railway Carriage”?

Answer: The poet of the poem “From a Railway Carriage” is Robert Louis Stevenson.

“From a Railway Carriage” কবিতাটোৰ কবি হৈছে ৰবাৰ্ট লুইছ ষ্টিভেনছন।

b) What according to the poet is faster than fairies and witches?

Answer: According to the poet, the railway train is faster than fairies and witches.

কবিৰ মতে ৰেলগাড়ীখন পৰী আৰু ডাইনীৰ তুলনাতো অধিক দ্ৰুত।

2. Give brief  answers to the following questions.

a) Who is a tramp? What is he doing?

Answer: A tramp is a person who has no home and travels from place to place on foot. In the poem, the tramp is standing and looking at the passing train.

উত্তৰ: এজন ভিখাৰী ব পথিক হৈছে ঘৰ নথকা মানুহ যি ঠাইৰ পৰা ঠাইলৈ খোজকাঢ়ি ফুৰে। কবিতাটোত ভিখাৰীজন থিয় হৈ গৈ থকা ৰেলগাড়ীখন চাই আছে।

b) What does the train leave behind while rushing forward?

Answer: While rushing forward, the train leaves behind houses, bridges, fields, hills, plains, people, animals, mills and rivers.

উত্তৰ: দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ সময়ত ৰেলগাড়ীখনে ঘৰ, দলং, পথাৰ, পাহাৰ, সমভূমি, মানুহ, পশু, মিল আৰু নদী পিছত এৰি থৈ যায়।

c) What is lumping along and why?

Answer: A cart is lumping along the road because it is heavy with a man and a load, so it moves slowly.

উত্তৰ: এখন গাড়ী পথত লাহে লাহে আগবাঢ়ি আছে, কাৰণ তাত এজন মানুহ আৰু বোজা থকা বাবে গাড়ীখন গধুৰ হৈ পৰিছে। সেয়ে গাড়ীখন লাহে লাহে আগবাঢ়ে।

3. Find out some rhyming words from the poem.

Answer: Some rhyming words from the poem are:

witches – ditches,

battle – cattle,

plain – rain,

road – load,

river – ever.

Important Extra Questions & Answers

1. What is the main theme of the poem “From a Railway Carriage”?

Answer: The main theme of the poem is the speed of the train and the quick change of scenes seen from a moving railway carriage.

উত্তৰ: এই কবিতাটোৰ মুখ্য বিষয় হৈছে ৰেলগাড়ীৰ দ্ৰুতগতি আৰু ৰেলগাড়ীৰ পৰা দেখা ক্ষণিকৰ দৃশ্যবোৰ।

2. From whose point of view are the scenes in the poem described?

Answer: The scenes in the poem are described from the point of view of a child travelling in a railway carriage.

উত্তৰ: কবিতাটোৰ দৃশ্যবোৰ ৰেলগাড়ীত যাত্ৰা কৰা এজন শিশুৰ দৃষ্টিকোণৰ পৰা বৰ্ণনা কৰা হৈছে।

3. Why do the sights appear and disappear quickly in the poem?

Answer: The sights appear and disappear quickly because the train is moving very fast.

উত্তৰ: ৰেলগাড়ীখন বহুত দ্ৰুতগতিত চলাৰ বাবে দৃশ্যবোৰ ক্ষণিকৰ বাবে দেখা যায় আৰু তৎক্ষণাত নাইকিয়া হৈ যায়।

4. What feeling does the poem create in the mind of the reader?

Answer: The poem creates a feeling of excitement and wonder by showing fast movement and beautiful changing scenes.

উত্তৰ: এই কবিতাটোৱে দ্ৰুত গতি আৰু সলনি হোৱা সুন্দৰ দৃশ্যবোৰ দেখুৱাই পাঠকৰ মনত উৎফুল্লতা আৰু বিস্ময়ৰ অনুভৱ সৃষ্টি কৰে।

Leave a Comment