My Ramayana Days Class 8 | Lesson 10 Q&A, MCQs & Activities – Our English Book (AJB)

My Ramayana Days Class 8 is Lesson 10 from Our English Book published by Assam Jatiya Bidyalay Trust. This chapter is full of memories of the early days of television in India, the excitement of watching Ramayana, and the value of family and togetherness. In this blog post, you will find all important questions & answers, true/false, activities (phrases & clauses), amplification, MCQs, Extra Question and Answer and Assamese translations that will help you prepare for your exams

My Ramayana Days Class 8 হৈছে Our English Book (Assam Jatiya Bidyalay Trust) ৰ পাঠ ১০। এই পাঠখনত ভাৰতত প্ৰথম টিভি যুগ, ৰামায়ণ ধাৰাবাহিকৰ উচ্ছ্বাস আৰু পৰিয়ালৰ একতাৰ কথা বৰ্ণনা কৰা হৈছে। এই ব্লগত আপুনি পাব প্ৰশ্ন-উত্তৰ, সঁচা-মিছা, কাৰ্যকলাপ (Phrase আৰু Clause), Amplification, MCQ, অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ, অসমীয়াত অনুবাদ, যি আপোনাৰ পৰীক্ষাৰ বাবে সহায়ক হ’ব।

পাঠৰ সাৰাংশ (Summary):

“My Ramayana Days” পাঠটোত লিখকে নিজৰ শিশুকালত টিভি আৰু ৰামায়ণৰ ধাৰাবাহিকৰ সৈতে যুক্ত মধুৰ স্মৃতিৰ কথা বৰ্ণনা কৰিছে। তেতিয়াৰ সময়ত টিভি গাঁওবোৰত নাছিল আৰু এজন জৈন কাকাৰ ঘৰতে একমাত্ৰ টিভি আছিল। ৰাম, সিতা, ৰাৱণ আদি চৰিত্ৰৰ কথা গাঁওখনত সকলো আলোচনা কৰিছিল। ৰামায়ণৰ সময়ত মানুহে টিভিৰ আগত ভিৰ কৰিছিল। লিখকে শিশুকালত টিভি দেখিব নোৱাৰিলে কান্দিছিল, সেয়ে তেওঁৰ মাকদেউতাই টিভি কিনিছিল। তেতিয়াৰ বিদ্যুৎ সমস্যাৰ বাবে ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰা হৈছিল। লিখকৰ প্ৰিয় অনুষ্ঠান আছিল চিত্ৰহাৰ, ৰঙোলী, পিংগু, জংগল বুক, ৰামায়ণ আৰু মহাভাৰত। পাঠটোৰ জৰিয়তে লিখকে শিশুকালৰ আনন্দ, পৰিয়ালৰ মেলবন্ধন আৰু একতাৰ গুৰুত্ব বুজাবলৈ যত্ন কৰিছে।

Comprehension – Question and Answer (English + Assamese)

1. Answer the following questions in complete sentences:

Q:a) About whom were the people of the author’s village talking?

প্ৰশ্নঃ লেখকৰ গাঁওৰ মানুহবোৰ কাৰ বিষয়ে কথা পাতি আছিল?

Answer: The people of the author’s village were talking about Rama, Sita, Ravana, and all the other characters of the Ramayana.

উত্তৰঃ লেখকৰ গাঁওৰ মানুহবোৰ ৰাম, চীতা, ৰাৱণ আৰু ৰামায়ণৰ আন সকলো চৰিত্ৰৰ বিষয়ে কথা পাতি আছিল।

Q:b) To whom did the only TV set belong?

প্ৰশ্নঃ গাঁওখনত থকা একমাত্ৰ টিভিটো কাৰ আছিল?

Answer: The only TV set belonged to a Jain Uncle’s family.

উত্তৰঃ একমাত্ৰ টিভিটো এজন জৈন খুৰাদেউৰ পৰিয়ালৰ আছিল।

Q:c) What was the name of the only channel that the author initially got to watch during his childhood days?

প্ৰশ্নঃ লিখকে শিশুকালত আৰম্ভণিতে কোনটো চেনেলহে চাব পাৰিছিল?

Answer: The name of the only channel that the author initially got to watch during his childhood days was Doordarshan.

উত্তৰঃ লিখকে শিশুকালত আৰম্ভণিতে চাব পৰা একমাত্ৰ চেনেলটো আছিল দূৰদৰ্শন।

Q:d) What was the name of the cartoon show without any dialogues?

প্ৰশ্নঃ কোনো কথা বা dialogues নথকা কাৰ্টুন শ্ব’টোৰ নাম কি আছিল?

Answer: The name of the cartoon show without any dialogues was Pingoo.

উত্তৰঃ কোনো কথা বা dialogues নথকা কাৰ্টুন শ্ব’টোৰ নাম আছিল পিংগু।

Q:e) How was the problem of voltage fluctuation solved?

প্ৰশ্নঃ ভল্টেজ ওঠানমা হোৱা সমস্যাটো কেনেকৈ সমাধান কৰা হৈছিল?

Answer: The problem of voltage fluctuation was solved by using stabilizers. (ষ্টেবিলাইজাৰ হৈছে বিদ্যুতৰ চাপ একেদৰে ৰাখিবলৈ ব্যৱহৃত এক যন্ত্ৰ।)

উত্তৰঃ ভল্টেজ ওঠানমা হোৱা সমস্যাটো ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰি সমাধান কৰা হৈছিল।

2. Give brief answers to the following questions:

Qa): Why did the author’s parents decide to buy a TV set?

প্ৰশ্নঃ লিখকৰ মাকদেউতাই কিয় টিভি কিনিবলৈ সিদ্ধান্ত লৈছিল?

Answer: The author’s parents decided to buy a TV set to satisfy the needs of the family as well as to save the author from shedding tears when he could not watch Ramayana.

উত্তৰঃ লেখকৰ মাকদেউতাই পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু লিখকে ৰামায়ণ চাব নোৱাৰাৰ ফলত যাতে নাকান্ধে সেই বাবে টিভি কিনিবলৈ সিদ্ধান্ত লৈছিল।

Q:b) What were some of the favourite programmes of the author?

প্ৰশ্নঃ লেখকৰ কেইটামান প্ৰিয় অনুষ্ঠান আছিল সেইবোৰ কি কি আছিল?

Answer: Some of the favourite programmes of the author were Chitrahar, Rongoli, Pingoo, Captain Vyom, Jungle Book, Ramayana, and Mahabharata.

উত্তৰঃ লেখকৰ প্ৰিয় অনুষ্ঠানসমূহ আছিল চিত্ৰহাৰ, ৰঙোলী, পিংগু, কেপ্টেইন ভ্যম, জংগল বুক, ৰামায়ণ আৰু মহাভাৰত।

Q:c) What was needed to watch the channel DD2?

প্ৰশ্নঃ DD2 চেনেলটো চাবলৈ কি প্ৰয়োজন হৈছিল?

Answer: A smaller antenna specially designed for getting the signal of that channel and a booster were needed to watch the channel DD2.

উত্তৰঃ DD2 চেনেল চাবলৈ সেই চেনেলৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা সৰু এটা এন্টেনা আৰু এটা বুস্টাৰৰ প্ৰয়োজন হৈছিল।

Q: d) What was the problem that the author had to face after getting the TV set? How was the problem solved?

প্ৰশ্নঃ টিভি কিনাৰ পাছত লিখকে কোনটো সমস্যাৰ মুখামুখি হৈছিল আৰু সেইটো কেনেকৈ সমাধান হৈছিল?

Answer: The problem that the author had to face after getting the TV set was that the TV showed pictures only in black and white and electricity was not regular in those days.

The problem was solved by using stabilizers.

উত্তৰঃ টিভি কিনাৰ পাছত লিখকে যি সমস্যাৰ মুখামুখি হৈছিল সেইটো হৈছে টিভিটো কেৱল ক’লা-ধূসৰ ছবি দেখুৱাইছিল আৰু তেতিয়া বিদ্যুৎও নিয়মীয়া নাছিল।

এই সমস্যাটো ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰি সমাধান কৰা হৈছিল।

Access All English Lessons’ Q&A

3. Write whether the following statements are true or false:

Q: a) The author used to rush to the Jain Uncle’s home every Monday.

প্ৰশ্নঃ লিখকে প্ৰতি সোমবাৰে জৈন কাকাৰ ঘৰলৈ দৌৰি গৈছিল।

Answer: False.

Q: b) The programme ‘Krishidarshan’ was for the children.

প্ৰশ্নঃ ‘কৃষিদৰ্শন’ অনুষ্ঠানটো শিশুবোৰৰ বাবে আছিল।

Answer: False.

Q: c) Metro was the other name of the TV channel, DD2.

প্ৰশ্নঃ মেট্ৰ’ হৈছে DD2 নামৰ টিভি চেনেলটোৰ আন এটা নাম।

Answer: True.

Q: d) A booster was needed to watch the channel, DD2.

প্ৰশ্নঃ DD2 চেনেলটো চাবলৈ এটা বুস্টাৰৰ প্ৰয়োজন হৈছিল।

Answer: True.

Q: e) Electricity was regular in those days.

প্ৰশ্নঃ তেতিয়াৰ দিনত বিদ্যুৎ নিয়মীয়া আছিল।

Answer: False.

Q: f) Some TV sets had shutters that could be locked.

প্ৰশ্নঃ কিছুমান টিভিত তালাবন্ধ কৰিব পৰা শ্বাটাৰ আছিল।

Answer: True.

Activity 1:

Find out the phrases in the following sentences and write them.

i) I saw an elephant with very long tusks.

Answer: The phrase is with very long tusks.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে with very long tusks.

ii) She is a girl of sweet voice.

Answer: The phrase is of sweet voice.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে of sweet voice.

iii) He spoke in a brave manner.

Answer: The phrase is in a brave manner.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে in a brave manner.

iv) This book is not available at present.

Answer: The phrase is at present.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে at present.

v) To win a prize in the competition was not an easy task for me.

Answer: The phrase is in the competition.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে in the competition.

vi) Drawing an elephant is impossible for Rohan.

Answer: The phrase is for Rohan.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে for Rohan.

vii) Instead of wearing the blue frock I chose the red one.

Answer: The phrase is Instead of wearing the blue frock.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে Instead of wearing the blue frock.

viii) He opted for Sanskrit in lieu of Hindi.

Answer: The phrase is in lieu of Hindi.

উত্তৰঃ বাক্যটোৰ ফ্ৰেইজ হৈছে in lieu of Hindi.

Download Amplification

Activity 2

Identify the principal and subordinate clauses in the following sentences.

i) That he is honest is known to all.

Answer:

Principal clause: is known to all

Subordinate clause: That he is honest

ii) The place where I had gone last year is very beautiful.

Answer:

Principal clause: The place is very beautiful

Subordinate clause: where I had gone last year

iii) Give me whatever you have.

Answer:

Principal clause: Give me

Subordinate clause: whatever you have

iv) I am happy that you have succeeded in your endeavour.

Answer:

Principal clause: I am happy

Subordinate clause: that you have succeeded in your endeavour

v) I am sorry that your mother is ill.

Answer:

Principal clause: I am sorry

Subordinate clause: that your mother is ill

vi) Please give me the book which is on the table.

Answer:

Principal clause: Please give me the book

Subordinate clause: which is on the table

vii) They were talking when he came.

Answer:

Principal clause: They were talking

Subordinate clause: when he came

viii) He told me that he did not know about the incident.

Answer:

Principal clause: He told me

Subordinate clause: that he did not know about the matter

ix) I was absent because I was ill.

Answer:

Principal clause: I was absent

Subordinate clause: because I was ill

x) I will not go out if it rains.

Answer:

Principal clause: I will not go out

Subordinate clause: if it rains

xi) He is tall but his brother is average.

Answer:

Principal clause: He is tall

Principal clause: his brother is average

xii) I know the reason why he came here.

Answer:

Principal clause: I know the reason

Subordinate clause: why he came here

xiii) You must hurry or you will miss the train.

Answer:

Principal clause: You must hurry

Principal clause: you will miss the train

xiv) He is not only intelligent but also brave.

Answer:

Principal clause: He is not only intelligent but also brave

(There is no subordinate clause here.)

xv) I know the place where he lives.

Answer:

Principal clause: I know the place

Subordinate clause: where he lives

See MCQ

🌟 Important 1 Mark Questions & Answers (English+Assamese)

Q2. What was the name of the only channel in those days?

প্ৰশ্ন ২. তেতিয়াৰ দিনত একমাত্ৰ টিভি চেনেলটোৰ নাম কি আছিল?

Answer: The name of the channel was Doordarshan.

উত্তৰ: সেই চেনেটোৰ নাম আছিল দূৰদৰ্শন।

Q2. What was the timing of Ramayana serial?

প্ৰশ্ন ২. ৰামায়ণ ধাৰাবাহিকটো কোন সময়ত প্ৰসাৰণ হৈছিল?

Answer: The Ramayana serial was shown on Sunday mornings.

উত্তৰ: ৰামায়ণ ধাৰাবাহিকটো দেওবাৰে পুৱা প্ৰসাৰণ হৈছিল।

Q3. To whom did the only TV set belong in the author’s village?

প্ৰশ্ন ৩. লিখকৰ গাঁওখনত থকা একমাত্ৰ টিভিটো কাৰ আছিল?

Answer: It belonged to a Jain Uncle’s family.

উত্তৰ: সেই টিভিটো এজন জৈন ককাৰ পৰিয়ালৰ আছিল।

Q4. What solved the problem of voltage fluctuation?

প্ৰশ্ন ৪. ভল্টেজ ওঠানমা হোৱা সমস্যাটো কেনেকৈ সমাধান হৈছিল?

Answer: The problem was solved by using stabilizers.

উত্তৰ: সমস্যাটো ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰি সমাধান কৰা হৈছিল।

Conclusion:

My Ramayana Days Class 8 পাঠটো আমাৰ শিশুকালৰ সহজ আনন্দ আৰু পৰিয়াল-সমাজত একতাৰ গুৰুত্বৰ কথা স্মৰণ কৰি দিয়ে। এই ব্লগত দিয়া প্ৰশ্ন-উত্তৰ, সঁচা-মিছা, কাৰ্যকলাপ, Amplification আৰু MCQ অনুশীলন কৰিলে ছাত্র-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুত হ’ব পাৰিব।

Download Q&A PDF

FAQs (Frequently Asked Questions)

Q1. What are the favourite programmes of the author in “My Ramayana Days”?

Answer: The favourite programmes were Chitrahar, Rongoli, Pingoo, Captain Vyom, Jungle Book, Ramayana, and Mahabharata.

Q2. What is the main theme of the chapter “My Ramayana Days”?

Answer: The main theme is childhood memories, excitement of watching Ramayana on TV, and the importance of family bonding.

Q3. In which language are the solutions of “My Ramayana Days” given in this blog?

Answer: The solutions are given in both English and Assamese for easy understanding.

Q4. What types of exam materials are provided for “My Ramayana Days Class 8”?

Answer: This blog provides Q&A, True/False, Activities (phrases & clauses), Amplification, MCQs, and Additional Questions.

Leave a Comment