Introduction
Dive into “My Childhood”—Chapter 6 of NCERT Class 9 English’s Beehive! This comprehensive guide offers insightful Q&A, extra practice questions, concise and detailed answers, and engaging MCQs. Whether you’re revising for tests or building confidence, you’ll find everything here to understand Dr. A.P.J. Abdul Kalam’s early life, values, and the lessons that shaped him.
প্ৰস্তাৱনা (Introduction in Assamese)
“My Childhood” হৈছে NCERT Class 9 English ৰ Beehive পাঠ্যপুস্তকৰ ষষ্ঠ অধ্যায়। এই অধ্যায়ত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ‘মিছাইল মেন’ ড° এ পি জে আব্দুল কালামৰ শৈশৱৰ কাহিনী বৰ্ণিত হৈছে। তেখেতে নিজৰ পৰিয়াল, শৈশৱৰ জীৱন, শিকনি আৰু সমাজৰ পৰা লাভ কৰা মূল্যবোধসমূহৰ কথা সহজভাৱে বৰ্ণনা কৰিছে। এই লিখনিত আমি এই অধ্যায়ৰ বিভিন্ন প্ৰশ্নোত্তৰ, অতিৰক্ত প্ৰশ্নোত্তৰ, অতি সৰু উত্তৰ প্ৰশ্ন, সৰু উত্তৰ প্ৰশ্ন, দীঘল উত্তৰ প্ৰশ্ন আৰু MCQ সমূহ অন্তৰ্ভুক্ত কৰি সাজি দিছো যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজে অধ্যায়টো বুজি উলিয়াব পাৰে আৰু পৰীক্ষাৰ বাবে ভালকৈ সাজু হ’ব পাৰে।

“My Childhood” পাঠৰ সাৰাংশ (Assamese Summary)
“My Childhood” পাঠটোত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালামে নিজৰ শৈশৱৰ কাহিনী বহুত সহজ ভাষাত বৰ্ণনা কৰিছে। কালামৰ জন্ম তামিলনাডুৰ ৰামেশ্বৰম নামৰ গাঁওখনত হৈছিল। তেওঁৰ পিতৃ জৈনুলাব্দীন এজন সহজ-সৰল, সৎ আৰু বুদ্ধিমান লোক আছিল। তেওঁ নিজৰ জীৱনত বৰ কম ইচ্ছা ৰাখিছিল আৰু কেতিয়াও ধন-সম্পত্তিৰ লোভ নকৰিছিল। কালামৰ মাতৃ আছিয়াম্মা এজনী অত্যন্ত দয়ালু আৰু উদাৰ স্বভাৱৰ মহিলা আছিল। তেওঁ গাঁওৰ বহু অভাৱী মানুহক খোৱা-পিন্ধাত সহায় দিছিল।
কালাম নিজৰ শৈশৱৰ জীৱনত কোনো অভাৱ বোধ কৰা নাছিল। তেওঁ সৰু বয়সতে কাম আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁ তেতুলৰ গুটি বিক্ৰি কৰিছিল। তাৰ পিছত তেওঁ সংবাদ কাকত বিতৰণৰ কামও কৰিছিল। এই কামবোৰে তেওঁক আত্মনিৰ্ভৰ হ’বলৈ সহায় কৰিছিল।
কালাম নিজৰ শৈশৱৰ বন্ধু-বান্ধৱীৰ কথা উল্লেখ কৰিছে। তেওঁৰ হিন্দু বন্ধু আৰু মুসলমান বন্ধু আছিল, যদিও ধৰ্ম ভিন্ন আছিল, কিন্তু তেওঁলোকৰ মাজত কোনো ভেদাভেদ নাছিল। গাঁৱত সম্প্রীতি আৰু ভাতৃত্বৰ বাতাবৰণ আছিল।
একেদৰে কালামে তেওঁৰ শিক্ষকৰ কথাও কৃতজ্ঞতাৰে স্মৰণ কৰিছিল। বিজ্ঞান শিক্ষক শিৱসুব্ৰামানিয়া আয়্যৰে তেওঁৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল। আয়্যৰে কালামক বিজ্ঞান আৰু অধ্যয়নলৈ উৎসাহিত কৰিছিল। যদিও কিছু লোক সমাজত ধৰ্মভেদৰ কথা কৈছিল, তথাপি আয়্যৰে সেই বাধাসমূহক উপেক্ষা কৰি কালামক সঁহাৰি জনাইছিল।
কালামৰ জীৱনত তেওঁৰ পিতৃৰ উপদেশেও গভীৰ প্ৰভাৱ পেলাইছিল। পিতৃয়ে তেওঁৰ ভিতৰত সত্য, সততা, ধৈৰ্য আৰু আত্মশক্তিৰ মূল্যবোধ জন্মাইছিল। তেওঁ কৈছিল যে সমাজত নতুন ব্যৱস্থা আনিবলৈ হলে বাধা-বিপত্তি সহ্য কৰিবই লাগিব।
এই পাঠটোৱে এটা স্পষ্ট বাৰ্তা দিয়ে যে ড° এ. পি. জে. আব্দুল কালামৰ জীৱনৰ আৰম্ভণি আছিল দুখ-কষ্ট আৰু সাধাৰণ পৰিৱেশ, কিন্তু সেই অভিজ্ঞতাই তেওঁৰ জীৱনক মহান লক্ষ্যলৈ আগবঢ়াই লৈ গৈছিল। কালামে শৈশৱৰ পৰা শ্ৰম, নৈতিকতা, সম্প্রীতি আৰু মানৱতাৰ মূল্যবোধ শিকিছিল, যি তেওঁৰ সফল জীৱনৰ আধাৰ হৈছিল।
My Childhood
I. Answer these questions in one of two sentences each.
1. Where was Abdul Kalam’s house? (আব্দুল কালামৰ ঘৰ ক’ত আছিল?)
Answer: Abdul Kalam’s house was in Rameswaram on Mosque Street. It was a very old pucca house built by his ancestors. (আব্দুল কালামৰ ঘৰ ৰামেশ্বৰমৰ মচজিদ পথত আছিল। সেই ঘৰখন বহু পুৰণি পকী ঘৰ আছিল আৰু ঘৰখন তেওঁৰ পূর্বপুৰুষে নিৰ্মাণ কৰিছিল।)
2. What do you think Dinamani is the name of? Give a reason for your answer. (Dinamani কি বস্তুৰ নাম বুলি তোমালোকে ভাবা? যুক্তি দৰ্শাই তোমাৰ উত্তৰ লিখা ।)
Answer: Dinamani is the name of a newspaper because Abdul Kalam read the war stories in its headlines. (Dinamani এটা সংবাদপত্ৰৰ নাম, কাৰণ কালামে যুদ্ধৰ খবৰবোৰ ইয়াৰ শিৰোনামত পঢ়িছিল।)
3. Who were Abdul Kalam’s school friends? What did they later become? (আব্দুল কালামৰ বিদ্যালয়ৰ বন্ধুবোৰ কোন আছিল? পাছত তেওঁলোকে কি কি কামত নিযুক্তি হৈছিল?)
Answer: His school friends were Ramanadha Sastry, Aravindan and Sivaprakasan. Later Ramanadha Sastry became a temple priest, Aravindan helped pilgrims with transport, and Sivaprakasan became a catering contractor for the southern railways. (কালামৰ বন্ধুবোৰ আছিল ৰামানাধ শাস্ত্রী, অৰভিন্দন আৰু শিৱপ্ৰকাশন। পাছত ৰামানাধ শাস্ত্রী মন্দিৰৰ পূজাৰী হ’ল, অৰভিন্দনে তীৰ্থযাত্ৰীৰ বাবে বাহনৰ ব্যৱস্থা কৰিলে আৰু শিৱপ্ৰকাশনে দক্ষিণমূৱা ৰেলৱেৰ খাদ্য যোগানিদাৰ কামত নিয়োগ হ’ল।)
4. How did Abdul Kalam earn his first wages? (আব্দুল কালামে প্ৰথমবাৰ কেনেকৈ মজুৰী উপাৰ্জন কৰিছিল?)
Answer: Abdul Kalam earned his first wages by helping his cousin in distributing newspapers during the Second World War. (আব্দুল কালামে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ কাকাক সহায় কৰিবলৈ সংবাদপত্ৰ বিতৰণ কৰি প্ৰথমবাৰ মজুৰী উপাৰ্জন কৰিছিল।)
5. Had he earned any money before that? In what way? (তাৰ আগত তেওঁ কেতিয়াবা টকা উপাৰ্জন কৰিছিল নে? কেনেকৈ কৰিছিল?)
Answer: Yes, before that he earned money by collecting tamarind seeds and selling them to a shop in the town. (হʼয়, তাৰ আগতে তেওঁ তেতুলৰ বীজ সংগ্ৰহ কৰি চহৰৰ এটা দোকানত বিক্ৰী কৰিছিল আৰু তাতেই অলপ টকা উপাৰ্জন কৰিছিল।)
II. Answer each of these questions in a short paragraph (about 30 words
1. How does the author describe (i) his father, (ii) his mother, (iii) himself? (লিখকে কেনেকৈ বৰ্ণনা কৰিছে (i) নিজৰ দেউতাক, (ii) নিজৰ মাতৃক, (iii) নিজক?)
Answer: (i) His Father: The author describes his father as a simple and honest man. He was wise and lived a disciplined life. (লিখকে নিজৰ পিতৃক সহজ-সৰল আৰু সৎ মানুহ বুলি বৰ্ণনা কৰিছে। তেওঁ জ্ঞানী আছিল আৰু শৃঙ্খলাবদ্ধ জীৱন যাপন কৰিছিল।)
(ii) His Mother: He describes his mother as kind and generous. She helped the needy and fed people at home. (তেওঁ নিজৰ মাতৃক দয়ালু আৰু উদাৰ মহিলা বুলি কৈছে। তেওঁ অভাৱগ্ৰস্ত মানুহক সহায় কৰিছিল আৰু ঘৰতে মানুহক ভোজন দি সহায় কৰিছিল।)
(iii) Himself: He describes himself as a short boy with ordinary looks. He had a secure and happy childhood. (তেওঁ নিজকে চাপৰ আৰু সাধাৰণ চেহেৰাৰ লʼৰা বুলি বৰ্ণনা কৰিছে। তেওঁৰ শৈশৱ সুখী আৰু নিৰাপদ আছিল।)
2. What characteristics does he say he inherited from his parents? (কালামে কোৱা অনুসৰি তেওঁ পিতৃ-মাতৃৰ পৰা কি কি গুণ পাইছিল?)
Answer: He inherited honesty and self-discipline from his father, and kindness and faith in goodness from his mother. (তেওঁ পিতৃৰ পৰা সততা আৰু আত্ম-শৃংখলাৰ গুণ পাইছিল আৰু মাতৃৰ পৰা দয়া আৰু সৎতাৰ বিশ্বাস পাইছিল।)
III. Discuss these questions in class with your teacher and then write down your answers in two or three paragraphs each.
1. “On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups.” Say the author. (“সামগ্ৰিকভাৱে চালে, ৰামেশ্বৰমৰ সৰু সমাজখনত ভিন্ন সামাজিক গোটৰ মাজত কঠোৰ পৃথকীকৰণ আছিল।” — লেখকে কৈছে।)
(i) Which social groups does he mention? Were these social groups easily identifiable? (তেওঁ কোন কোন সামাজিক গোটৰ কথা উল্লেখ কৰিছে? এই সামাজিক গোটবোৰ সহজে চিনাক্ত কৰিব পৰা হৈছিল নে)
Ans- The social groups that kalam mentioned were Hindu and Muslim.
Yes, those groups were easily identifiable as we see that kalam as a muslim, wore a cap, and his friend Ramanandha, a Hindu, wore the sacred thread. In this way they show their religion. (ক’লামে যিসকল সামাজিক গোটৰ কথা উল্লেখ কৰিছে, সিহঁত হ’ল হিন্দু আৰু মুছলিম।
হয়, এই গোটবোৰ সহজে চিনাক্ত কৰিব পৰা হৈছিল। কাৰণ, ক’লাম মছলমান হোৱাৰ বাবে মুৰত টুপি পিন্ধিছিল আৰু তেওঁৰ হিন্দু বন্ধু ৰামানন্ধে পবিত্ৰ জজন (পৈতা) লগাইছিল। এইদৰে, দুয়োজনৰ পৰিধানৰ পৰা স্পষ্টকৈ বুজি পোৱা গৈছিল যে সিহঁতে নিজৰ ধৰ্মক প্ৰতিফলিত কৰিছে।)
2. (i) Why did Abdul Kalam want to leave Rameswaram? (আব্দুল কালামে কিয় ৰামেশ্বৰম এৰি যাব খুজিছিল?)
Answer: Abdul Kalam wanted to leave Rameswaram to study at Ramanathapuram for better education. (আব্দুল কালামে ভাল শিক্ষা লাভ কৰিবৰ বাবে ৰামেশ্বৰম এৰি ৰামনাথাপুৰমলৈ যাব খুজিছিল।)
(ii) What did his father say? (তেওঁৰ পিতাই কি কৈছিল?)
Answer: His father said that children are like seagulls that must fly and explore on their own. He also quoted Khalil Gibran, saying that children come through their parents but are not their property. (তেওঁৰ পিতাই কৈছিল যে লʼৰাবোৰ সাগৰীয়া চৰাইৰ দৰে; তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখি উৰণ মাৰিব লাগিব। তেওঁ খলিল জিব্ৰানৰ কথা উদ্ধৃত কৰি কৈছিল যে সন্তানবোৰ পিতৃ-মাতৃৰ পৰা আহে, কিন্তু তেওঁলোকে পিতৃ-মাতৃৰ সম্পত্তি পৰা নহয়।)
(iii) What do you think his words mean and why did he speak them? (এই কথাৰ অৰ্থ কি আৰু পিতৃয়ে কিয় এইদৰে কৈছিল বুলি তোমালোকে ভাৱা?)
Answer: His words mean that parents should love their children but also give them freedom to grow. He spoke like this because he wanted Abdul Kalam to study more and become successful in life. (এই কথাৰ অৰ্থ হৈছে— সন্তানক মৰম কৰিব লাগিব, লগতে স্বাধীনতাও দিব লাগিব যাতে তেওঁলোকে নিজৰ জীৱন গঢ়ি তুলিব পাৰে। তেওঁ এইদৰে কৈছিল কাৰণ আব্দুল কালামে আগলৈ শিক্ষা লৈ সফল হʼব বুলি তেওঁ আশা কৰিছিল।)
Thinking about Language
I. Find the sentences in the text where these words occur.
Erupt, surge, trace, undistinguished, casualty
Erupt: “a sudden demand for tamarind seeds erupted in the market.”
Surge: “Half a century later, I can still feel the surge of pride in earning my own money for the first time.”
Trace: Kalam says he would try to trace the war stories “in the headlines in Dinamani.”
Undistinguished: “I was a short boy with rather undistinguished looks.”
Casualty: Used in the wartime sense (first casualty was the suspension of train halt)
Answer the following Question:
1. What are the things that can erupt? What thing can surge?
Answer: Things that can erupt are volcanoes, fights, a sudden demand or protest, laughter, etc.
Things that can surge are feelings (pride, anger), prices, crowds, water waves, and demand for goods.
2. What are the meanings of the word trace and which of the meanings is closest to the word in the text?
Answer: The meanings are ‘to find out or follow in print’,
Kalam looked for war news in newspaper headlines. NCERT
3. What does undistinguished mean?
Answer: It means ordinary or not remarkable. NCERT
II. (1) Match the phrases in Column A with their meaning in Column B.
Answer:
(i) broke out (c) began suddenly in a violent way
(ii) in accordance with (f) according to a particular rule, principle, or system
(iii) a helping hand (d) assistance
(iv) could not stomach b) was not able to tolerate
(v) generosity of spirit (a) an attitude of kindness, a readiness to give freely
(vi) figures of authority (e) persons with power to make decisions
II. (2) Form opposites of the words by using prefix; un-/in- / il-/ir-/im-
adequate – inadequate
acceptable – unacceptable
regular – irregular
tolerant – intolerant
demanding – undemanding
active – inactive
true – untrue
permanent – impermanent
patriotic – unpatriotic
disputed – undisputed
accessible – inaccessible
coherent – incoherent
logical – illogical
legal – illegal
responsible – irresponsible
possible – impossible
IV. Rewrite these sentences changing the verbs in brackets into the passive form.
1. In yesterday’s competition the prizes (give away) by the Principal.
Passive: In yesterday’s competition the prizes were given away by the Principal.
2. In spite of financial difficulties, the labourers (pay) on time.
Passive: In spite of financial difficulties, the labourers were paid on time.
3. On Republic Day, vehicles (not allow) beyond this point.
Passive: On Republic Day, vehicles are not allowed beyond this point.
4. Second-hand books (buy and sell) on the pavement every Saturday.
Passive: Second-hand books are bought and sold on the pavement every Saturday.
5. Elections to the Lok Sabha (hold) every five years.
Passive: Elections to the Lok Sabha are held every five years.
6. Our National Anthem (compose) Rabindranath Tagore.
Passive: Our National Anthem was composed by Rabindranath Tagore.
V. Use correct verb forms in the paragraphs (full corrected paragraphs)
1. How Helmets Came To Be Used in Cricket
Nari Contractor was the captain and an opening batsman for India in the 1960s. The Indian cricket team went on a tour to the West Indies in 1962. In a match against Barbados in Bridgetown, Nari Contractor was seriously injured and collapsed. In those days helmets were not worn. Contractor was hit on the head by a bouncer from Charlie Griffith. Contractor’s skull was fractured. The entire team was deeply concerned. The West Indies players were worried. Contractor was rushed to hospital. He was accompanied by Frank Worrell, the captain of the West Indies team. Blood was donated by the West Indies players. Thanks to the timely help, Contractor was saved. Nowadays helmets are routinely used against fast bowlers.
2. Oil from Seeds
Vegetable oils are made from seeds and fruits of many plants growing all over the world, from tiny sesame seeds to big, juicy coconuts. Oil is produced from cotton seeds, groundnuts, soya beans and sunflower seeds. Olive oil is used for cooking, salad dressing etc. Olives are shaken from the trees and are gathered up, usually by hand. The olives are ground to a thick paste which is spread onto special mats. Then the mats are layered up on the pressing machine which will gently squeeze them to produce olive oil.
Additional Questions/Extra Questions
Very Short Answer Type Questions
Q1. Where was A.P.J. Abdul Kalam born? (এ. পি. জে. আব্দুল কালাম ক’ত জন্মগ্ৰহণ কৰিছিল?)
Ans: A.P.J. Abdul Kalam was born in Rameswaram, Tamil Nadu. (এ. পি. জে. আব্দুল কালাম তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল।)
Q2. What was Kalam’s father’s name? (কালামৰ পিতৃৰ নাম কি আছিল?)
Ans: His father’s name was Jainulabdeen. (তেওঁৰ পিতৃৰ নাম আছিল জৈনুলাবদীন।)
Q3. What was Kalam’s mother’s name? (কালামৰ মাতৃৰ নাম কি আছিল?)
Ans: His mother’s name was Ashiamma. (তেওঁৰ মাতৃৰ নাম আছিল আশিয়াম্মা।)
Q4. What kind of family was Kalam born into? (কালামৰ জন্ম কেনে ধৰণৰ পৰিয়ালত হৈছিল?)
Ans: Kalam was born into a middle class but respectable family. (কালামৰ জন্ম এখন মধ্যবিত্ত কিন্তু সন্মানীয় পৰিয়ালত হৈছিল।)
Q5. What was the main quality of Kalam’s father? (কালামৰ পিতৃৰ প্ৰধান গুণ কি আছিল?)
Ans: The main quality of his father was honesty and generosity. (তেওঁৰ পিতৃৰ প্ৰধান গুণ আছিল সততা আৰু উদাৰতা।)
Q6. What was the name of Kalam’s close friend? (কালামৰ ঘনিষ্ঠ বন্ধুৰ নাম কি আছিল?)
Ans: His close friend’s name was Ramanadha Sastry. (তেওঁৰ ঘনিষ্ঠ বন্ধুৰ নাম আছিল ৰামানন্দ শাস্ত্ৰী।)
7. Name the autobiography of A.P.J Abdul Kalam. (আব্দুল কালামৰ আত্মজীৱনিখনৰ নাম লিখা)
Answer: The name of the autobiography of A.P.J Abdul Kalam is “Wings of Fire” (আব্দুক কালামৰ আত্মজীৱনিখনৰ নাম হ’ল “Wings of Fire”)
8. What is the name of Kalama’s science teacher? (কালামৰ বিজ্ঞান বিষয়ৰ শিক্ষকজনৰ নাম কি?)
Answer: The name of Kalam’s science teacher is Sivasubramania Iyer. (কালামৰ বিজ্ঞান বিষয়ৰ শিক্ষকজনৰ নাম হ’ল Sivasubramania Iyer?)
9. Write the meaning of the word “austere”. (“austere” শব্দটোৰ অৰ্থ কি?)
Answer: The meaning of the word “austere” is simple, strict and severe. (“austere” শব্দটোৰ অৰ্থ হ’ল simple, strict and severe?)
10. When did the Second World War break out? (দ্বিতীয় বিশ্ব যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?)
Answer: The Second World War broke out in 1939. (দ্বিতীয় বিশ্ব যুদ্ধ 1939 চনত আৰম্ভ হৈছিল?)
11. “Once you decide to change the system, such problems have to be confronted…” (2014) (“এবাৰ তুমি ব্যৱস্থাটো সলনি কৰাৰ সিদ্ধান্ত ল’লে, এনে সমস্যাবোৰৰ সন্মুখীন হ’বই লাগিব…”)
(i) Who says this? (এই কথাটো কোনে কৈছিল?)
Ans- Abdul Kalam’s science teacher Shivasubramania Iyer said this. (এই কথাটো ডঃ এ. পি. জে. আব্দুল কালামৰ বিজ্ঞান শিক্ষক শিৱসূব্ৰমণিয়া আইয়াৰে কৈছিল।)
(ii) When did he say this? (তেওঁ কেতিয়া কৈছিল?)
Ans- When Kalam was invited to dine at Iyer’s home; he felt hesitation at the behavior of Iyer’s wife. In that situation he said this. (এদিন কালামক আইয়াৰৰ ঘৰলৈ আহাৰ কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু আইয়াৰৰ পত্নীয়ে কালামৰ প্ৰতি আচৰণত কিছু দ্বিধা আৰু সংকোচ দেখুৱাইছিল। সেই পৰিস্থিতিতেই আইয়াৰে এই কথাটো কৈছিল।)
(iii) What problem has to be confronted?
Ans- Shivasubramania Iyer told Kalam if you want to change the system of social barriers in term of religion, the problem like self-respect, hesitation, etc have to be confronted
Short Answer type Questons
Q1. Describe the lifestyle of Kalam’s father. (কালামৰ পিতৃৰ জীৱনশৈলী বৰ্ণনা কৰা।)
Ans: Kalam’s father, Jainulabdeen, lived a simple and disciplined life. Though he was poor, he was honest and generous. He believed in hard work and high values. (কালামৰ পিতৃ জৈনুলাবদীন সৰল আৰু শৃংখলিত জীৱন যাপন কৰিছিল। তেওঁ দৰিদ্ৰ আছিল যদিও সততা আৰু উদাৰতাৰ বাবে জনাজন আছিল। তেওঁ কঠোৰ পৰিশ্ৰম আৰু উচ্চ নৈতিক মূল্যবোধত বিশ্বাস কৰিছিল।)
Q4. Describe Kalam’s childhood friendship. (কালামৰ শৈশৱৰ বন্ধুত্ব বৰ্ণনা কৰা।)
Ans: Kalam’s close friend was Ramanadha Sastry, a Hindu boy. Their friendship showed that religion could not divide true friendship. (কালামৰ ঘনিষ্ঠ বন্ধু আছিল ৰামানন্দ শাস্ত্ৰী, এজন হিন্দু ল’ৰ। তেওঁলোকৰ বন্ধুত্বই প্ৰমাণ কৰিছিল যে ধৰ্মই প্ৰকৃত বন্ধুত্বক কেতিয়াও ভাগ কৰিব নোৱাৰে।)
5. How did Kalam come to assist his cousin Samsuddin? (ক’লামে কেনেকৈ তেওঁৰ জ্যেষ্ঠ ভাতৃ সামছুদ্দীনক সহায় কৰিবলৈ আৰম্ভ কৰিছিল?)
Ans- Sumsuddin was a newspaper distributor in Rameswaram. As train stopped halting at Rameswaram so bundles of newspaper had to be thrown out from the moving train in between Rameswaram and Dhanuskodi. Sumsuddin was in need of a helper and Kalam came to assist him. (সামছুদ্দীন ৰামেশ্বৰমত সংবাদপত্ৰ বিতৰণকাৰী আছিল। সেই সময়ত ৰামেশ্বৰমত ৰেলগাড়ী ৰখা বন্ধ হৈ গ’ল, ইয়াৰ ফলত সংবাদপত্ৰৰ bundles ৰামেশ্বৰম আৰু ধনুষকোডিৰ মাজত চলি থকা ৰেলগাড়ীৰ পৰা মাটিত নিক্ষেপ কৰি দিবলগীয়া হৈছিল। এই কাৰ্যত সামছুদ্দীনে এজন সহায়কৰ প্ৰয়োজন অনুভৱ কৰিলে, আৰু সেই সময়তেই ক’লামে আগবাঢ়ি গৈ তেওঁৰ জ্যেষ্ঠ ভাতৃক সহায় কৰিবলৈ আৰম্ভ কৰিছিল।)
Long Answer Type Question
Q1. Write about Kalam’s early life and family background. (কালামৰ প্ৰাৰম্ভিক জীৱন আৰু পৰিয়ালৰ পটভূমি সম্পৰ্কে লিখা।)
Ans: A.P.J. Abdul Kalam was born in 1931 in Rameswaram, Tamil Nadu. His father Jainulabdeen was a simple and honest man, and his mother Ashiamma was a kind-hearted woman. Kalam belonged to a poor but respected family. In spite of poverty, the family lived with harmony and values. The environment of his home gave Kalam lessons of honesty, generosity, and respect for others. (এ. পি. জে. আব্দুল কালাম ১৯৩১ চনত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ জৈনুলাবদীন এজন সৰল আৰু সৎ মানুহ আছিল আৰু মাতৃ আশিয়াম্মা এজন দয়ালু মহিলা আছিল। কালামৰ পৰিয়াল দৰিদ্ৰ আছিল যদিও সন্মানীয় আছিল। দৰিদ্ৰতাৰ সত্বেও পৰিয়ালটো মিল-মিলাপ আৰু নৈতিকতাৰে জীৱন যাপন কৰিছিল। এই পৰিৱেশে কালামক সততা, উদাৰতা আৰু আনক সন্মান কৰাৰ শিক্ষা দিছিল।)
Q2. How did Kalam’s childhood shape his character and personality? (কালামৰ শৈশৱ কিদৰে তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন কৰিছিল?)
Ans: Kalam’s childhood was full of simplicity, discipline, and values. His father’s honesty and generosity inspired him to live a truthful life. His mother’s kindness taught him to help others and be compassionate. His friendship with Ramanadha Sastry showed him that humanity is above religion. These experiences made him hardworking, humble, and respectful. This foundation helped him to become a great scientist and later the President of India. (কালামৰ শৈশৱ সততা, শৃংখলা আৰু মূল্যবোধৰে পৰিপূৰ্ণ আছিল। তেওঁৰ পিতৃৰ সততা আৰু উদাৰতাই তেওঁক সত্যপথত চলিবলৈ প্ৰেৰণা দিছিল। মাতৃৰ দয়াই তেওঁক আনক সহায় কৰা আৰু দয়া কৰিবলৈ শিকাইছিল। ৰামানন্দ শাস্ত্ৰীৰ সৈতে বন্ধুত্বই তেওঁক বুজাইছিল যে মানৱতাই ধৰ্মৰ ওপৰত । এই সকলো অভিজ্ঞতাই তেওঁক কঠোৰ পৰিশ্রমী, নম্ৰ আৰু সন্মানজনক কৰিছিল। এইবোৰেই তেওঁক এজন মহান বিজ্ঞানী আৰু পিছত ভাৰতৰ ৰাষ্ট্ৰপতি হ’বলৈ সহায় কৰিছিল।)
MCQs
1. Who is the author of the lesson “My Childhood”? (“My Childhood” পাঠটোৰ লিখক কোন?)
a) Mahatma Gandhi
b) A.P.J. Abdul Kalam
c) Jawaharlal Nehru
d) Rabindranath Tagore
Answer: b) A.P.J. Abdul Kalam
2. Where was A.P.J. Abdul Kalam born? (এ. পি. জে. আব্দুল কালাম ক’ত জন্মগ্ৰহণ কৰিছিল?)
a) Chennai
b) Rameswaram
c) Madurai
d) Trichy
Answer: b) Rameswaram
3. What was Kalam’s father’s name? (কালামৰ পিতাৰ নাম কি আছিল?)
a) Zohra
b) Jainulabdeen
c) Ramanadha Sastry
d) Ashraf Ali
Answer: b) Jainulabdeen
4. Kalam’s mother was known for her… (কালামৰ মাতৃ কি হিচাপে পৰিচিত আছিল?)
a) Cooking and feeding people
b) Teaching
c) Medicine
d) Business
Answer: a) Cooking and feeding people
5. What was Kalam’s father’s main quality? (কালামৰ দেউতাৰ মুখ্য গুণ কি আছিল?)
a) Honesty and generosity
b) Richness
c) Education
d) Anger
Answer: a) Honesty and generosity
6. Kalam’s close Hindu friend was… (কালামৰ ঘনিষ্ঠ হিন্দু বন্ধুজন কোন আছিল?)
a) Ashraf Ali
b) Aravindan
c) Ramanadha Sastry
d) Pakshi Lakshmana Sastry
Answer: c) Ramanadha Sastry
7. What was the profession of Aravindan? (অৰভিন্দনৰ পেচা কি আছিল?)
a) Businessman
b) Transporting newspapers
c) Teacher
d) Fisherman
Answer: b) Transporting newspapers
8. Who tried to separate Kalam from Hindu boys at school? (বিদ্যালয়ত কোনে কালামক হিন্দু ছাত্ৰসকলৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল?)
a) Science teacher
b) New school teacher
c) Headmaster
d) Friend’s father
Answer: b) New school teacher
9. How did Kalam’s science teacher support him? (কালামৰ বিজ্ঞান শিক্ষকজনে কেনেদৰে তেওঁক সহায় (support) কৰিছিল?)
a) By ignoring him
b) By inviting him to his house
c) By scolding him
d) By giving gifts
Answer: b) By inviting him to his house
10. Kalam’s science teacher believed in… (কালামৰ বিজ্ঞান শিক্ষক কিহত বিশ্বাস কৰিছিল?)
a) Religion
b) Superstitions
c) Breaking social barriers
d) Wealth
Answer: c) Breaking social barriers
11. Kalam’s father gave him lessons of… (কালামৰ দেউতাই তেওঁক কিহৰ শিক্ষা দিছিল?)
a) Truth and faith
b) Anger
c) Wealth
d) Hatred
Answer: a) Truth and faith
12. Kalam inherited honesty and self-discipline from… (কালামে কাৰ পৰা সততা আৰু আত্ম-শৃংখলা বংসানুক্ৰম হিচাপে পাইছিল?)
a) His mother
b) His father
c) His teacher
d) His friends
Answer: b) His father
13. Kalam inherited faith in goodness from… (কালামে ভালপোৱাৰ বিশ্বাস কাৰ পৰা পাইছিল?)
a) His friends
b) His mother
c) His teacher
d) His grandfather
Answer: b) His mother
14. What did Kalam’s father say about troubles in life? (জীৱনৰ সমস্যাৰ বিষয়ে কালামৰ দেউতাই কি কৈছিল?)
a) They are temporary and give us strength
b) They should be avoided
c) They are permanent
d) They come from education
Answer: a) They are temporary and give us strength
15. Kalam’s house was located on… (কালামৰ ঘৰ ক’ত অৱস্থিত আছিল?)
a) Mosque Street
b) Temple Street
c) Church Road
d) Bazaar Street
Answer: a) Mosque Street
16. The new school teacher asked Kalam to sit… (নতুন বিদ্যালয় শিক্ষকে কালামক ক’ত বহিবলৈ কৈছিল?)
a) In the front row
b) In the last row
c) Away from Brahmin boys
d) Next to girls
Answer: c) Away from Brahmin boys
17. Who strongly opposed the new teacher’s idea? (নতুন শিক্ষকজনৰ ভাৱনাৰ তীব্ৰ প্ৰতিবাদ কোনে কৰিছিল?)
a) Kalam
b) Ramanadha Sastry’s father
c) Kalam’s father
d) School headmaster
Answer: b) Ramanadha Sastry’s father
18. What message does the lesson “My Childhood” mainly give? (“My Childhood” পাঠটোৱে মূলত কোনটো বাৰ্তা দিয়ে?)
a) Hatred among religions
b) Unity, simplicity, tolerance
c) Science only
d) Money is everything
Answer: b) Unity, simplicity, tolerance
19. Kalam’s life story in this lesson is taken from… (এই পাঠখনত কালামৰ জীৱনৰ কাহিনী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?)
a) India 2020
b) Wings of Fire
c) Ignited Minds
d) Turning Points
Answer: b) Wings of Fire